ৰঙিয়া ৰেলৱে সংমণ্ডল (ইংৰাজী: Rangiya railway division) ভাৰতীয় ৰেলৱেৰ উত্তৰ-পূব সীমান্ত ৰে’লৱে জ'নৰ অন্তৰ্গত পাঁচটা ৰে'ল বিভাগৰ ভিতৰত অন্যতম৷ ২০০৩ চনৰ ১ এপ্ৰিলত আলিপুৰদুৱাৰ ৰেল বিভাগৰ পৰা গঠন হোৱা এই ৰেল বিভাগটো অসম ৰাজ্যৰ ৰঙিয়াত ইয়াৰ মুখ্য কাৰ্যালয়৷১২৩৪
গুৱাহাটীৰ মালিগাঁৱত মুখ্য কাৰ্যালয় থকা উত্তৰ পূব সীমান্ত ৰেলৱে মণ্ডলৰ অন্তৰ্গত আন চাৰিটা ৰেলৱে সংমণ্ডল- লামডিং ৰেলৱে সংমণ্ডল, তিনিচুকীয়া ৰেলৱে সংমণ্ডল আৰু আলিপুৰৱাৰ ৰ ৰেলৱে সংমণ্ডল৷
তথ্যসূত্ৰ
- ↑ https://nfr.indianrailways.gov.in/rangiya_railway_division/assam | আহৰণ কৰা হৈছে: 25-04-2024
- ↑ Zones and their Divisions in Indian Railways. Indian Railways
- ↑ Rangiya Railway Division. Railway Board. North Eastern Railway zone
- ↑ dbpedia.org/page/Rangiya_railway_division | আহৰণ কৰা হৈছে: 25-04-2024
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙিয়া ৰেলৱে সংমণ্ডল” প্ৰবন্ধৰ সংশোধন ৫০৮৫২৬ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।