এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯২২ - ৰাছিয়াৰ নতুন নাম ছোভিয়েট যুক্তৰাষ্ট্ৰ হয়।১
- ১৯০৬ - সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা কৰা হয়।১
জন্ম
- ১৮৬৫ - ৰুডিয়াৰ্ড কিপলিং, ন'বেল বঁটা বিজয়ী ভাৰতীয়-ইংৰাজ সাহিত্যিক।
- ১৮৮৭ - কে এম মুন্সী, ভাৰতীয় বিদ্যাভৱনৰ প্ৰতিষ্ঠাতা।
- ১৯১৬ - এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম, ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক।
- ১৯৩০ - তু ইউইউ, চীনা চিকিৎসা বিজ্ঞানী, চিকিৎসা ৰসায়নবিদ আৰু প্ৰশিক্ষক।
- ১৯৭৭ - লাইলা আলী, আমেৰিকান বক্সাৰ আৰু অভিনেত্ৰী।
মৃত্যু
- ১৯৭১ - বিক্ৰম সাৰাভাই, ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ।
- ২০০৭ - কিংকৰী দেৱী, ভাৰতীয় কৰ্মী আৰু পৰিৱেশবিদ।
- ২০১৮ - মৃণাল সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
দিৱস
- ৰিজাল দিৱস (ফিলিপাইন)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩০ ডিচেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৫৫০ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।