এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। আদিবাসী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে:
- সাধাৰণ ধাৰণা:
- খিলঞ্জীয়া লোক বা আদিবাসী লোক বা ভূমিপুত্ৰ: কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা
- ভাৰতত ব্যৱহাৰ:
- আদিবাসী: ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ
- অনুসূচীত জনজাতি: ভাৰতৰ সংবিধানে জনজাতিসকলক প্ৰদান কৰা ন্যায়িক সংজ্ঞা
- অসমৰ অসমৰ চাহ জনগোষ্ঠী: অসমৰ চাহ জনগোষ্ঠীসকল অসমত আদিবাসী নামেৰেও পৰিচিত
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিবাসী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)” প্ৰবন্ধৰ সংশোধন ২১৫৬৩১ (২৮ ফেব্ৰুৱাৰী ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।