| অসমীয়া নাম | ছবি | ইংৰাজী নাম | বৈজ্ঞানিক নাম |
|---|---|---|---|
| হলৌ বান্দৰ | Hoolock Gibbon | Hoolock hoolock, Hoolock leuconedys | |
| সোণালী বান্দৰ | Golden langur | Trachypithecus geei | |
| টুপীমূৰীয়া বান্দৰ | Capped Langur | Trachypithecus pileatus | |
| মলুৱা বান্দৰ | Rhesus Macaque | Macaca mulatta | |
| গাহৰি-নেজীয়া বান্দৰ | Pig-tailed macaque | Macaca leonina | |
| সেন্দূৰী বান্দৰ | Stump-tailed Macaque | Macaca arctoides | |
| অসমীয়া বান্দৰ | Assamese macaque | Macaca assamensis | |
| লাজুকী বান্দৰ | Bengal slow loris | Nycticebus bengalensis |
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত দেখা পোৱা বান্দৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫০৪৮৪৫ (২৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।