অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অসমলৈ মুছলমানৰ আগমন

ধৰ্মীয় জনসংখ্যাৰ আধাৰ তথ্য মতে বঙ্গীয় মুছলমানসকলৰ নিৰানব্বৈ শতাংশ আছিল ধৰ্মান্তৰিত মুছলমান। আনহাতে অসমৰ অধিকাংশ মুছলমান প্ৰকৃত ভাৰতীয় তথা বংগীয়মূলৰ। অসম(পূৰ্বৰ কামৰূপ)ৰ ৰজা কামেশ্বৰৰ হৈতে বংগৰ নবাব ইছমাইল গাজীৰ যুদ্ধ হৈছিল। কাৰূপৰ ৰজা কামেশ্বৰে ইছমাইলৰ শিষ্যত্ব গ্ৰহণ কৰিছিল।

হালনাগাদ: ৩ জুন ২০২০ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ধৰ্মীয় জনসংখ্যাৰ আধাৰ তথ্য মতে বঙ্গীয় মুছলমানসকলৰ নিৰানব্বৈ শতাংশ আছিল ধৰ্মান্তৰিত মুছলমান। আনহাতে অসমৰ অধিকাংশ মুছলমান প্ৰকৃত ভাৰতীয় তথা বংগীয়মূলৰ।

অসম(পূৰ্বৰ কামৰূপ)ৰ ৰজা কামেশ্বৰৰ হৈতে বংগৰ নবাব ইছমাইল গাজীৰ যুদ্ধ হৈছিল। কাৰূপৰ ৰজা কামেশ্বৰে ইছমাইলৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। তেতিয়া বহু মানুহ মুছলমান হৈছিল। (1459-74)

(তথ্য: কোচ বিহাৰেৰ ইতিহাস)

অসমত মুছলমানৰ প্ৰথম প্ৰৱেশ ঘটে খৃষ্টীয় সপ্তম শতিকাত সম্ৰাট সেষ্ট্ৰিৰ হাছানৰ দিনত।

(তথ্য-স্বাধীন অসম আৰু ঐতিহাসিক পাঠভূমি-ৰকিউল হুছেইন বৰা)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমলৈ মুছলমানৰ আগমন” প্ৰবন্ধৰ সংশোধন ২৩৫৩৫১ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।