

এই পৃষ্ঠাত আটাইতকৈ দামী আলোকচিত্ৰৰ এখন তালিকা (মাৰ্কিন ডলাৰত অন্যথা তালিকাত উল্লেখ কৰা হৈছে) দিয়া হৈছে।
| ৰ্যাঙ্ক | শিল্পী | কাজ | মূল্য | date | বিক্ৰেতা/নিলাম |
|---|---|---|---|---|---|
| ১ | আন্দ্ৰেয়াছ গুৰ্স্কি | ৰহেইন ২ (১৯৯৯) | $৪,৩৩৮,৫০০ | নৱেম্বৰ ৮, ২০১১ | ক্ৰিষ্টি’ছ নিউয়ৰ্ক।১ |
| ২ | চিণ্ডী শ্বাৰমান | শিৰোনামহীন #৯৬ (১৯৮১) | $৩,৮৯০,৫০০ | মে ২০১১ | ক্ৰিষ্টি’ছ নিউয়ৰ্ক।২ ২০১২ চনৰ মে’ মাহৰ ক্ৰীষ্টিৰ নিলামত আনটাইটেল্ড #৯৬ৰ সপ্তম প্ৰিন্ট ২.৮৮ মিলিয়ন ডলাৰত বিক্ৰী হয়।৩ |
| ৩ | জেফ ৱাল | "ডেড ট্ৰুপছ ৱাক (১৯৮৬ চনৰ শীতকালত আফগানিস্তানৰ মাক্ৰেত ৰেড আৰ্মিৰ টহলদাৰী দলৰ ওপৰত আকস্মিক আক্ৰমণ)" (১৯৯২) | $৩,৬৬৬,৫০০ | মে ৮, ২০১২ | ক্ৰিষ্টি’ছ নিউয়ৰ্ক।৪ |
| ৪ | আন্দ্ৰেয়াছ গুৰ্স্কি | ৯৯ সেণ্ট ২ ডিক্টেকোন (২০০১) | $৩,৩৪৬,৪৫৬ | ফেব্ৰুৱাৰী ২০০৭ | সোথবে লণ্ডন নিলাম।৫ |
| ৫ | এডৱাৰ্ড ষ্টেইচেন | দ্য পণ্ড-মুনলাইট (১৯০৪) | $২,৯২৮,০০০ | ফেব্ৰুৱাৰী ২০০৬ | সোথবে নিউয়ৰ্ক নিলাম।৬ |
| ৬ | চিণ্ডী শ্বাৰমান | শিৰোনামহীন #১৫৩ (১৯৮৫) | $২,৭০০,০০০ | নৱেম্বৰ ২০১০ | ফিলিপস দে পুৰে এণ্ড কোম্পানি, নিউয়ৰ্ক।২ |
| ৭ | অজানা | বিলি দ্য কিড (১৮৮৯-৮০) টিণ্টাইপ প্ৰতিকৃতি | $২,৩০০,০০০ | জুন ২০১১ | ব্ৰেইন লেভেল ৱল্ড ৱেষ্ট শ্ব এণ্ড একশ্বন। |
| ৮ | দিমিত্ৰি মেদভেদেভ | টোবোলস্ক ক্ৰেমলিন (২০০৯) | $১,৭৫০,০০০ | জানুৱাৰি ২০১০ | খ্ৰীষ্টমাচ আৰ্মাকা, চেইণ্ট পিটচবাৰ্গ৭৮৯ |
| ৯ | এডৱাৰ্ড ৱেষ্টন | নাড (১৯২৫) | $১,৬০৯,০০০ | এপ্ৰিল ২০০৮ | সোথবে নিউয়ৰ্ক নিলাম।১০ |
| ১০ | আলফ্ৰেড ষ্টিগলিছ | জৰ্জিয়া ও’কিফ (হ্যাণ্ডস) (১৯১৯) | $১,৪৭০,০০০ | ফেব্ৰুৱাৰী ২০০৬ | সোথবে নিউয়ৰ্ক নিলাম।৬ |
| ১১ | আলফ্ৰেড ষ্টিগলিছ | জৰ্জিয়া ও’কিফ নাড (১৯১৯) | $১,৩৬০,০০০ | ফেব্ৰুৱাৰী ২০০৬ | সোথবে নিউয়ৰ্ক নিলাম।৬ |
| ১২ | ৰিচাৰ্ড প্ৰিন্স | শিৰোনামহীন (কাউবয়) (১৯৮৯) ১১ | $১,২৪৮,০০০ | নভেম্বৰ ২০০৫ | ক্ৰিষ্টি’ছ নিউয়ৰ্ক নিলাম। |
| ১৩ | ৰিচাৰ্ড এভিডন | দোভিমা উইথ এলিফ্যাণ্টস (১৯৯৫) | $১,১৫১,৯৭৬ | নৱেম্বৰ ২০১০ | ক্ৰিষ্টি’ছ পেৰিছ নিলাম।১২ |
| ১৪ | এডৱাৰ্ড ৱেষ্টন | নটিলাস (১৯২৭) | $১,০৮২,৫০০ | এপ্ৰিল ২০১০ | সোথবে নিউয়ৰ্ক নিলাম।১৩ |
| ১৫ | পিটাৰ লিক | ৱান (২০১০) | $১,০০০,০০০ | ডিচেম্বৰ ২০১০ | অজানা সংগ্ৰাহক। ১৪১৫১৬১৭ এইটো ব্যক্তিগত বিক্ৰী আছিল আৰু পৰীক্ষা কৰিব পৰা নাছিল। এই পৃষ্ঠাত থকা আন সকলো নিলাম ৰাজহুৱা অভিলেখ। |
| ১৬ | জেফ ৱাল | আনট্যাগলিং (১৯৯৪) | $১,০০০,০০০ এইউডি | নৱেম্বৰ২০০৬ | ১৮ |
| ১৭ | ইউজিন এটজেট | জুয়েয়াৰ ডি’অৰগ্যান (১৮৯৮-৯৯) | $৬৮৬,৫০০ | এপ্ৰিল ২০১০ | ক্ৰিষ্টি’ছ নিউয়ৰ্ক নিলাম।১৯ |
| ১৮ | ৰবাৰ্ট মাপলথোৰ্প | এণ্ডি ওয়ৰহোল (১৯৮৭) | $৬৪৩,২০০ | অক্টোবৰ ১৭, ২০০৬ | ক্ৰিষ্টি’ছ নিউয়ৰ্ক নিলাম।২০ |
| ১৯ | এনশেল এডামছ | মুনৰাইজ, হাৰ্নান্দেজ, নিউ মেক্সিকো (১৯৪৮) | $৬০৯,৬০০ | অক্টোবৰ ২০০৬ | সোথবে নিউ ইয়ৰ্ক নিলাম। |
বহিঃসংযোগ
- Artnet top ten most expensive photographs, April 2003
- The two most expensive Stieglitz photos, 2006, click thumbnalis to enlarge
তথ্যসূত্ৰ
- ↑ The Most Expensive Photo in the World . theatlanticwire.com (2011-11-09). Retrieved on 2011-11-10
- ↑ Cindy Sherman Print Sells For $3.9 Million At Auction, The Highest Ever For A Photograph. Popphoto.com (2011-05-12). Retrieved on 2011-08-01
- ↑ Sale 2557, Lot 10. Cindy Sherman, Untitled #96. Christie's (2012-05-08). Retrieved on 2012-06-14
- ↑ Rothko painting sets record; Canadian Jeff Wall’s photo a big hit . theglobeandmail.com (2012-05-08). Retrieved on 2012-05-09
- ↑ The First $3M Photograph. Web.archive.org (2007-03-18). Retrieved on 2011-08-01
- ↑ Photograph sale breaks world record. Web.archive.org (2009-02-26). Retrieved on 2011-08-01
- ↑ Топ-10 самых дорогих фотографий мира. Kommersant.ru (2010-01-18). Retrieved on 2011-08-01
- ↑ Снимок Медведева стал четвертым в списке самых дорогих фотографий мира. Lenta.ru. Retrieved on 2011-08-01
- ↑ Titova, Irina. (2010-01-16) Medvedev’s photo gets $1.7M at charity auction. The Daily Caller. Retrieved on 2011-08-01
- ↑ Edward Weston's Nude Sells For $1.6 Million at Sotheby's Setting a New Record For The Artist . Artdaily.com. Retrieved on 2011-08-01
- ↑ Richard Prince: Untitled (Cowboy): enlarged view | Works of Art | Timeline of Art History | The Metropolitan Museum of Art. Metmuseum.org (2011-07-27). Retrieved on 2011-08-01
- ↑ RICHARD AVEDON (1923–2004) | Dovima with elephants, Evening dress by Dior, Cirque d'Hiver, Paris, August 1955 | Photographs Auction | 1950s, Photographs | Christie's. Christies.com. Retrieved on 2011-08-01
- ↑ Sotheby's – Overview . Sothebys.com (2010-04-13). Retrieved on 2011-08-01
- ↑ Art Daily আৰ্কাইভ কপি. Art Daily (2011-01-13). Retrieved on 2011-08-01
- ↑ A million to “One” . PMA Newsline (2011-01-11). Retrieved on 2011-08-01
- ↑ Australian Landscape Photographer Peter Lik Sells Photo for $1 Million. Peta Pixel (2011-01-13). Retrieved on 2011-08-01
- ↑ Anonymous Art Collector Purchases Peter Lik's New England River Photo, 'One,' For $1 Million. PR Newswire. 11 January 2011
- ↑ (2006-12-16). How much to get the picture?. The Age
- ↑ EUGÈNE ATGET (1857–1927) | Joueur d'Orgue, c. 1898–1899 | Photographs Auction | late 19th Century, Photographs | Christie's. Christies.com. Retrieved on 2011-08-01
- ↑ ROBERT MAPPLETHORPE (1946-1989) | Andy Warhol, 1987 | Photographs Auction | Photographs | Christie's. Christies.com. Retrieved on 2011-11-30
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আটাইতকৈ দামী আলোকচিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৫৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।