অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অসমৰ প্ৰতীক

অসমৰ প্ৰতীক বৰ্তমান ভাৰতৰ অসম ৰাজ্যই চৰকাৰী ব্যৱহাৰৰ বাবে কোনো সুকীয়া প্ৰতীক গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে ওপৰত "অসম ছৰকাৰ" আৰু তলত "Government of Assam" শব্দৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ব্যৱহাৰ কৰে।

হালনাগাদ: ১৯ ছেপ্তেম্বৰ ২০২৬ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

অসমৰ প্ৰতীক বৰ্তমান ভাৰতৰ অসম ৰাজ্যই চৰকাৰী ব্যৱহাৰৰ বাবে কোনো সুকীয়া প্ৰতীক গ্ৰহণ কৰা নাই আৰু ইয়াৰ পৰিৱৰ্তে ওপৰত "অসম ছৰকাৰ" আৰু তলত "Government of Assam" শব্দৰে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ব্যৱহাৰ কৰে। ১ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে ৰাজ্যখনৰ বাবে এটা সুকীয়া প্ৰতীকৰ ডিজাইনৰ বিষয়ে বিবেচনা কৰিবলৈ এখন সমিতি গঠন কৰাৰ সিদ্ধান্ত লয়। ২৩

ঐতিহাসিক প্ৰতীক

বৃটিছ ভাৰতৰ অসম প্ৰদেশত সোণৰ পটভূমিত ক'লা গঁড়ৰ চিত্ৰ অংকন কৰা এটা প্ৰতীক ব্যৱহাৰ কৰা হৈছিল।

অসমৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰতীক

অসমৰ ভিতৰৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ কিছুমানে নিজকে প্ৰতিনিধিত্ব কৰিবলৈ সুকীয়া প্ৰতীক গ্ৰহণ কৰিছে।

চৰকাৰী বেনাৰ

বগা প্ৰচ্ছদপটত ৰাজ্যৰ প্ৰতীক প্ৰদৰ্শিত বেনাৰেৰে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিব পাৰি।৪

তথ্যসূত্ৰ

  1. ↑ ASSAM. www.hubert-herald.nl
  2. ↑ Assam Cabinet Constitutes Committee to Finalise State Emblem
  3. ↑ (2 February 2022). BREAKING: Assam to have distinctive 'State Emblem'; Committee formed
  4. ↑ Assam State Of India Flag Textile Cloth Fabric Waving On The Top Sunrise Mist Fog Stock Illustration - Illustration of background, arms: 127909902. Dreamstime

সম্পৰ্কিত শ্ৰেণী

অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ প্ৰতীক” প্ৰবন্ধৰ সংশোধন ৬৩৬২১৬ (১৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।