অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ

অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ # ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা - নলবাৰী-বাইহাটা চাৰিআলি-আমিনগাওঁ। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে। ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ: কচুগাঁও -ছিদলী।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২০ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ

  1. ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা - নলবাৰী-বাইহাটা চাৰিআলি-আমিনগাওঁ। আমিনগাঁৱত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
  2. ৩১ নং (খ) ৰাষ্ট্ৰীয় ঘাইপথ: উত্তৰ শালমাৰা। যোগীঘোপাৰ ওচৰত ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
  3. ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ: কচুগাঁও -ছিদলী। বিজনীৰ ওচৰত ই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগিছে।
  4. ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): নগাঁও-ডবকা-ডিমাপুৰ।
  5. ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): পঞ্চৰত্ন -গুৱাহাটী -যোৰাবাট-কমাৰগাঁও-মাকুম-চৈখোৱাঘাট।
  6. ৩৭নং (ক)ৰাষ্ট্ৰীয় ঘাইপথ: কুঁৱৰীটোল- তেজপুৰ। তেজপুৰৰ ওচৰত ই ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগ লাগিছে।
  7. ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ: মাকুম -লিডু-লেখাপানী।
  8. ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): নুমলীগড়-ইম্ফল।
  9. ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বদৰপুৰ -ছিলং
  10. ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বাইহাটা চাৰিআলি-তেজপুৰ-বান্দৰদোৱা-উত্তৰ লখিমপুৰ-জোনাই।
  11. ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথ: বদৰপুৰ- শিলচৰ।
  12. ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ: শিলচৰ-আইজাল।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাই পথ সমূহ” প্ৰবন্ধৰ সংশোধন ২৫৪৮৮৪ (১৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।