অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা

০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম। কোনো বাৰ্ষিক পঞ্জিকাৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয়। যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয়।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৪ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

০ জানুৱাৰী

০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম।

পঞ্জিকাত ব্যৱহাৰ

  • কোনো বাৰ্ষিক দিনপঞ্জীৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয়। যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয়। এনেদৰে পঞ্জিকাৰ আৰম্ভণিৰ পূৰ্ৱবতী বৰ্ষৰ যিকোনো তথ্য এৰাই চলা হয় যদিও ই পূৰ্ৱবতী বৰ্ষৰ ৩১ ডিচেম্বৰ দিনটোৱেই হয়।
  • পঞ্জিকাৰ ছেকেণ্ড সময়ৰ বাবে ০ জানুৱাৰীৰ উদ্ভৱ হয়, "পঞ্জীকাৰ সময় ১৯০০ চনৰ ০ জানুৱাৰীৰ ১২ বজাত"।১ ১৯০০ চনৰ ০ জানুৱাৰী (গ্ৰীণউইছ মান দুপৰীয়া)ৰ সময় নিউকম্বৰ সৌৰ সাৰণিয়েও (Newcomb's Tables of the Sun) ব্যৱহাৰ কৰে, যি বিকল্পিত জুলিয়ান দিৱসৰ (Dublin Julian day) সময় হিচাপে পৰিণত হয়।২

প্ৰযুক্তিবিদ্যাত

  • মাইক্ৰছফ্ট এক্সেলত, ১৯০০ চনৰ ০ ৰ তাৰিখটো ১৯০০ চনৰ ০ জানুৱাৰী বুলি ধৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Leap Seconds. Time Service Department, United States Naval Observatory
  2. ↑ ASTROCLK Astronomical Clock and Celestial Tracking Program (page 110)
  3. ↑ XL2000: Early Dates on Office Spreadsheet Component Differ from Excel. Microsoft

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰীডিচেম্বৰফেব্ৰুৱাৰীমাৰ্চ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ-মান্যতাপ্ৰাপ্ত তাৰিখসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪১৯৭২৬ (২৬ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।