অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

আৱিষ্কাৰ আৰু আৱিষ্কাৰক

আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নামসমূহ তলত উল্লেখ কৰা হ’ল:

হালনাগাদ: ১০ আগষ্ট ২০২৬ ১১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

আৱিষ্কাৰ আৰু আৱিষ্কাৰকৰ নামসমূহ তলত উল্লেখ কৰা হ’ল:

অ-ঔ

ক্ৰমিক নংআৱিষ্কাৰআৱিষ্কাৰকদেশচনতথ্য প্ৰসংগ
১অনাতাঁৰজি. মাৰ্কনিইটালী১৯০১১
২এক্সৰেৰোয়েণ্টজেনজাৰ্মানী১৮৯৫”
৩উৰাজাহাজৰাইট ভাতৃদ্বয়আমেৰিকা১৯০৩”

ক-ঙ

ক্ৰমিক নংআৱিষ্কাৰআৱিষ্কাৰকদেশচনতথ্য প্ৰসংগ
১কলাজ্বৰৰ ইনজেকচনব্ৰহ্মচাৰীভাৰত১৯২২১
২গ্ৰামোফোনথমাছ আলভা এডিচনআমেৰিকা১৮৭৮”

চ-ঞ

ক্ৰমিক নংআৱিষ্কাৰআৱিষ্কাৰকদেশচনতথ্য প্ৰসংগ
১ছপাৰ যন্ত্ৰগুতেনবাৰ্গজাৰ্মানী১৪৫০১
২চাবমেৰিনডেভিড ব্ৰুচনেলআমেৰিকা১৭৭৬”
৩চিলাইকলবি. থিমোনিয়েৰফ্ৰান্স১৮২৯”
৪জুইশলাজন ওৱাকাৰইংলেণ্ড১৮২৭”
৫জেটপ্লেনহুইটলিইংলেণ্ড১৯৩৭”

ট-ণ

ক্ৰমিক নংআৱিষ্কাৰআৱিষ্কাৰকদেশচনতথ্য প্ৰসংগ
১টাইপ ৰাইটাৰচি. চোলচআমেৰিকা১৮৬৮১
২দূৰবীক্ষণ যন্ত্ৰএইচ. লিপাৰচেনেদাৰলেণ্ড১৬০৮”
৩টেলিগ্ৰামএম. লেমণ্ডফ্ৰান্স১৭৮৭”
৪টেলিফোনএ. গ্ৰাহামবেলআমেৰিকা১৮৭৬”
৫দূৰদৰ্শনবেয়াৰ্ডইংলেণ্ড১৯২৬”
৬টেঙ্ক (যুদ্ধৰ)ই. চুইংটনইংলেণ্ড১৯১৪”
৭ট্ৰেক্টৰবি. হোল্টআমেৰিকা১৯০০”
৮ডায়নামোএইচ. পিক্সিফ্ৰান্স১৮৩২”
৯ডিজেল ইঞ্জিনৰুডফল ডিজেলজাৰ্মানী১৮৯৫”
১০ডিনামাইটআলফ্ৰেড ন'বেলছুইডেন১৮৬৬”

ত-ন

ক্ৰমিক নংআৱিষ্কাৰআৱিষ্কাৰকদেশচনতথ্য প্ৰসংগ
১থাৰ্মোমিটাৰগেলিলিও গেলিলীইটালী১৫৯৩১
২নাইলনকাৰুথাৰ্চআমেৰিকা১৯৩৭”

প-ম

ক্ৰমিক নংআৱিষ্কাৰআৱিষ্কাৰকদেশচনতথ্য প্ৰসংগ
১পেণ্ডুলাম ঘড়ীজি. হাইজেনচননেডাৰলেণ্ড১৬৫৬১
২পিস্তলকোল্টআমেৰিকা১৮৩৫”
৩চাইকেলম্যাকমিলানস্কটলেণ্ড১৮৪০”
৪বেৰোমিটাৰই. টৰিচেলিইটালী১৬৪৩”
৫ফটোগ্ৰাফী (ধাতুৰ পাতত)নেকীফ্ৰান্স১৮২৬”
৬ফটোগ্ৰাফী (কাগজত)টেলবটইংলেণ্ড১৮৩৫”
৭ফটোগ্ৰাফী (ফিল্মত)জন কাৰবাটআমেৰিকা১৮৮৮”
৮ফাউণ্টেইনপেনএল. ই. ওৱাটাৰমেনআমেৰিকা১৮৮৪”
৯বেকেলাইটবেকলেণ্ডবেলজিয়াম১৯০৭”
১০বেলুনমণ্টগ্ৰফাৰ ভাতৃদ্বয়ফ্ৰান্স১৭৮৩”
১১মটৰচাইকেলডেমলাৰজাৰ্মানী১৮৮৫”
১২মাইক্ৰোস্কোপজেদ. জ্যানচননেডাৰলেণ্ড১৫৯০”
১৩মেচিনগানআৰ. জে. গেটলিংআমেৰিকা১৮৬১”
১৪মুভি প্ৰোজেক্টৰজেনকিন্‌চআমেৰিকা১৮৯৩”

য-ক্ষ

ক্ৰমিক নংআৱিষ্কাৰআৱিষ্কাৰকদেশচনতথ্য প্ৰসংগ
১ষ্টীম ইঞ্জিনজেমচ ওৱাটস্কটলেণ্ড১৭৬৫১
২ষ্টেথিচস্কোপড॰ উইলিয়াম ষ্টোকচইংলেণ্ড১৮১৯”
৩ৰিফ্ৰেজাৰেটৰজেমছ হেৰিছনস্কটলেণ্ড১৮৫১”
৪ৰেয়নচোয়েলইংলেণ্ড১৮৮৩”
৫শীত-তাপ-নিয়ন্ত্ৰণকেৰিয়াৰআমেৰিকা১৯১১”
৬ৰাডাৰটেলাৰ আৰু ইয়ংআমেৰিকা১৯২২”
৭লাউড স্পীকাৰৰাইচ কেল’গআমেৰিকা১৯২৪”
৮হেলিকপ্তাৰই. অমিছেনফ্ৰান্স১৯২৪”
৯ৰকেটগৰ্ডাডআমেৰিকা১৯২৯”
১০লিনোটাইপও. মাৰ্গেন থেলাৰআমেৰিকা১৮৮৫”

বাহ্যিক সংযোগ

  1. আৱিষ্কাৰ আৰু আৱিষ্কাৰক

তথ্যসূত্ৰ

  1. ↑ বৰদলৈ, দুলাল. (সংশোধিত আৰু পৰিবৰ্ধিত সংস্কৰণ: ২০০১). জ্ঞান-বিজ্ঞানৰ সঁফুৰা; বিজ্ঞানৰ নানা কথা (আৱিষ্কাৰ আৰু আৱিষ্কাৰক). পৃ. ১৮৯-১৯০

সম্পৰ্কিত শ্ৰেণী

তালিকাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱিষ্কাৰ আৰু আৱিষ্কাৰক” প্ৰবন্ধৰ সংশোধন ৬২৫৮৩১ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।