অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অসমত দেখা পোৱা পখিলাবোৰ

শৈলেন্দ্ৰ মোহন দাস, মৃণালী নেওগ দাস; 'চাতকনেজীয়া পখিলাবোৰ';প্ৰান্তিক-১৬/১২/২০১০; পৃষ্ঠা-২৮-৩০।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৯ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ
অসমীয়া নামইংৰাজী নামবৈজ্ঞানিক নামচিত্ৰ
সাধাৰণ ব্লুবটলCommon bluebottleGraphium sarpedon
নীলাফুটুকী জেCommon JayGraphium dosonRN017 Graphium doson.jpg
নেজাল জেTailed JayGraphium agamemnonGraphium agamemnon1.jpg
হালধীয়া ফুটুকী মাইমCommon MimePapilio clytiaCommon Mime - Papilio clytia (dissimilis form) on Jatropha panduraefolia in Kolkata Iws IMG 0217.jpg
সাধাৰণ মৰমনCommon MormonPapilio polytesPapilio polytes Female.jpg
ৰাভেন পখিলাCommon RavenPapilio castorCommon Raven - Yuwaraj Gurjar.jpg
ৰঙা হেলেনRed HelenPapilio helenusPapilio helenus.jpg
হালধীয়া হেলেনYellow HelenPapilio nephelusYellow Helen Papilio nephelus at Jayanti, Duars, West Bengal W IMG 5604.jpg
বৃহৎ মৰমনGreat MormonPapilio memnonPapilio-pjt1.jpg
ৰঙাফুটৰ ক'লীয়া পখিলাSpanglePapilio protenor
নেমুটেঙা পখিলাLime butterflyPapilio demoleus
পেৰিছৰ ময়ূৰীParis PeacockPapilio paris
ৰঙাবক্ষৰ পখিলাRedbreastPapilio alcmenor
সাধাৰণ গোলাপী পখিলাCommon RosePachliopta aristolochiae
চৰাইৰ ডেউকাৰ পখিলাCommon BirdwingTroides helena
বৃহৎ উইণ্ডমিলGreat Windmill butterflyByasa dasarada
গোলাপী উইণ্ডমিলRose WindmillByasa latreillei
বাদুলিপাখিৰ পখিলাBatwingAtrophaneura varuna
তৰোৱাল নেজীয়া পখিলাSword-tailGraphium nomius
জীয়ানেজীয়া পখিলাDragon TailLamproptera meges

তথ্যসূত্ৰ

  • শৈলেন্দ্ৰ মোহন দাস, মৃণালী নেওগ দাস; 'চাতকনেজীয়া পখিলাবোৰ';প্ৰান্তিক-১৬/১২/২০১০; পৃষ্ঠা-২৮-৩০।

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত দেখা পোৱা পখিলাবোৰ” প্ৰবন্ধৰ সংশোধন ৫৮৬২৯২ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।