মূল প্ৰবন্ধ: ২০২৬ চন
জানুৱাৰী
২
- শ্যাম বিহাৰী লাল, ৬০, ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য।
৪
- এল. গণেশন, ৯১, ভাৰতীয় ৰাজনীতিবিদ আৰু সংসদ সদস্য।
৬
- সুৰেশ কালমাদি, ৮১, ভাৰতীয় ৰাজনীতিবিদ আৰু ক্ৰীড়া প্ৰশাসক।
৭
- মাধৱ গাডগিল, ৮৩, ভাৰতীয় পৰিৱেশবিদ আৰু পৰিৱেশবিজ্ঞানী।১
- কবীন্দ্ৰ পুৰকায়স্থ, ৯৪, ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন সাংসদ।১
১৪
- অৰ্ঘ্য সেন, ৯০, ভাৰতীয় বাঙালী ৰবীন্দ্ৰ সংগীত শিল্পী।২
ফেব্ৰুৱাৰী
১৯
২০
- মণিশংকৰ মুখোপাধ্যায়, ৯২, ভাৰতীয় বাঙালী সাহিত্যিক; ‘শংকৰ’ নামেৰে পৰিচিত।৩
- ভুংজাগিন ভালটে, ৬১, ভাৰতীয় ৰাজনীতিবিদ আৰু মণিপুৰ বিধানসভাৰ সদস্য।১
২৩
- মুকুল ৰায়, ৭১, ভাৰতীয় বাঙালী ৰাজনীতিবিদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী।৪
২৫
- আৰ. নল্লাকান্নু, ১০১, ভাৰতীয় ৰাজনীতিবিদ আৰু কমিউনিষ্ট নেতা।১
মাৰ্চ
৬
- গোবিন্দ পাৰমাৰ, ৭২, ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাট বিধানসভাৰ সদস্য।১
১২
- হৰিমুৰলি, ২৭, ভাৰতীয় মালয়ালম অভিনেতা।১
২৯
- ৰাহুল অৰুণোদয় বেনাৰ্জী, ৪৩, ভাৰতীয় বাঙালী অভিনেতা।৫
এপ্ৰিল
৩
- প্ৰশান্ত বস, ৮২, ভাৰতীয় মাওবাদী নেতা।১
৫
- মণি কুমাৰ ছেত্ৰী, ১০৫, ভাৰতীয় চিকিৎসক আৰু হৃদৰোগ বিশেষজ্ঞ।১
১০
- ছোনাম ৱাংচুক, ৬১, ভাৰতীয় সেনা বিষয়া আৰু কাৰ্গিল যুদ্ধৰ বীৰ।১
১২
২২
- এন. ভাস্কৰা ৰাও, ৯০, ভাৰতীয় ৰাজনীতিবিদ আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।১
মে'
৫
৮
- ৰবি পণ্ডিত, ৭৫, ভাৰতীয় উদ্যোগপতি আৰু KPIT Technologies-ৰ সহ-প্ৰতিষ্ঠাপক।৭
১০
- ডি. সুধাকৰ, ৬৬, ভাৰতীয় ৰাজনীতিবিদ আৰু কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী।৭
জুন
৪
- এ. মাধৱন, ৭৯, ভাৰতীয় ৰাজনীতিবিদ আৰু কেৰালা বিধানসভাৰ প্ৰাক্তন সদস্য।১
জুলাই
৪
- মোহনসিং ছোতুভাই ৰাথৱা, ৮২, ভাৰতীয় ৰাজনীতিবিদ আৰু গুজৰাট বিধানসভাৰ প্ৰাক্তন সদস্য।১
১১
১৮
- চেন্নাম্মা দেৱে গৌড়া, ৮৯, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ. ডি. দেৱে গৌড়াৰ পত্নী।১
১৯
- জেনিফাৰ মনছেৰাটে, ৫৬, ভাৰতীয় ৰাজনীতিবিদ আৰু গোৱা বিধানসভাৰ সদস্য।১
২৭
- সুশান্ত সিং, ৫৩, ভাৰতীয় ৰাজনীতিবিদ আৰু ওড়িশা বিধানসভাৰ সদস্য।১
আগষ্ট
৪
১১
- এম. পি. পৰমেশ্বৰন, ৯১, ভাৰতীয় পদাৰ্থবিজ্ঞানী, পাৰমাণৱিক অভিযন্তা আৰু শিক্ষাবিদ।৮
১৩
- সুমিত সৰকাৰ, ৮৭, ভাৰতীয় ইতিহাসবিদ আৰু লেখক।৮
১৬
- আশিস বেনাৰ্জী, ৭৫, ভাৰতীয় ৰাজনীতিবিদ আৰু পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ।৮
২০
- সজ্জন কুমাৰ, ৮০, ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন লোকসভা সাংসদ।৮
২১
- সৌকাৰ জানকী, ৯৪, ভাৰতীয় অভিনেত্ৰী।৮
২৫
- কুকু কোহলি, ৭৭, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।৮
২৭
- টি. কে. ডি. মুজাপ্পিলাংগাড়, ৮০, ভাৰতীয় লেখক।৮
- মমতাজ সংঘমিতা, ৮০, ভাৰতীয় চিকিৎসক আৰু প্ৰাক্তন লোকসভা সাংসদ।৮
ছেপ্টেম্বৰ
৭
- আৰ. সৰথ, ৬৫, ভাৰতীয় মালয়ালম চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।১০
১১
- ছলোমন পাপ্পাইয়া, ৯০, ভাৰতীয় তামিল পণ্ডিত, বক্তা আৰু অভিনেতা।১০
- আলফ্ৰেড টাইৰন কুক, ৮৬, ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া আৰু বীৰ চক্ৰ বঁটাপ্ৰাপক।১০
১৩
- ছিদ্দিক আহমেদ, ৬৩, ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ প্ৰাক্তন বিধায়ক।১০
১৪
- গোপীৰাম বৰগায়ন বুঢ়াভকত, ৯৭, অসমৰ সত্ৰীয়া শিল্পী।১০
১৭
- ই. এম. সুদৰ্শন নাচিয়াপ্পান, ৭৮, ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন সাংসদ।১০
২০
- জি. বিজয়ৰাঘৱন, ৮৪, ভাৰতীয় হৃদৰোগ বিশেষজ্ঞ।১০
২১
- মিথু মুখাৰ্জী, ৭১, ভাৰতীয় বাঙালী অভিনেত্ৰী।১০
২৩
- সূৰ্য কৃষ্ণমূৰ্তি, ৭৮, ভাৰতীয় শিল্পী আৰু সূৰ্য ফেষ্টিভেলৰ প্ৰতিষ্ঠাপক।১০
২৪
- মুস্তাক খান, ৫৬, ভাৰতীয় অভিনেতা।১১
- এল. কৃষ্ণন, ১০৩, ভাৰতীয় মূলৰ চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।১০
২৫
- ৰাম গোবিন্দ চৌধুৰী, ৭৪, ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশ বিধানসভাৰ প্ৰাক্তন সদস্য।১০
তথ্যসূত্ৰ
- ↑ 2026 in India. Wikipedia
- ↑ (2026-01-15). Rabindra Sangeet exponent Arghya Sen passes away at 90. The Times of India
- ↑ (2026-02-20). PM condoles the passing of Shri Mani Shankar Mukhopadhyay Ji. Press Information Bureau
- ↑ (2026-02-23). Prime Minister condoles the demise of former Union Minister, Shri Mukul Roy. Press Information Bureau
- ↑ (2026-03-29). Bengali actor Rahul Arunoday Banerjee dies in boating accident at Odisha beach. India Today
- ↑ (2026-04-12). Indian singer Asha Bhosle dies aged 92. Reuters
- ↑ 2026 in India — Deaths. Wikipedia
- ↑ 2026 in India — Deaths. Wikipedia
- ↑ (2026-08-04). Veteran actor Pradeep Rawat passes away at 74. The Times of India
- ↑ Famous Dead People from India — Obituaries. Dead-People.com
- ↑ (2026-09-24). Mushtaq Khan, Welcome and Gadar - Ek Prem Katha actor, passes away at the age of 56. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৬ চনত মৃত্যু” প্ৰবন্ধৰ সংশোধন ৬৪০৫৮৮ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।