অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৭ জুন

১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত। ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক।

হালনাগাদ: ২৭ জুন ২০২৬ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত।

জন্ম

  • ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক। (অথবা ২৬ জুনত জন্ম, মৃত্যু: ৮ এপ্ৰিল, ১৮৯৪)
  • ১৮৮০ - হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী।
  • ১৯১৫ - আইদেউ সন্দিকৈ, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ২০০২)
  • ১৯১৯ - অমলা শংকৰ, ভাৰতীয় নৃত্যশিল্পী।
  • ১৯৩৯ - ৰাহুলদেৱ বৰ্মন, ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী। (মৃত্যু: ৪ জানুৱাৰী, ১৯৯৪)
  • ১৯৬৪ - পি. টি. উষা, ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
  • ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু

  • ১৮২৯ - জেমচ্ স্মিথছন, ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক।
  • ১৮৩৯ - ৰণজিত সিং, শিখ ৰজা।
  • ১৯৯৮ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।

ছুটি আৰু অন্যান্য

  • হেলেন কেলাৰ দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)
  • স্বাধীনতা দিৱস (জিবুতি)

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৭ জুন” প্ৰবন্ধৰ সংশোধন ৬১৪৬৪৪ (২৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।