অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

৩০ জুন

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৯ জুন ২০২৩ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৫৫ - বৃটিছ বিৰোধী চাঁওতাল বিদ্ৰোহ আৰম্ভ হৈছিল।
  • ১৯৩৭ - বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ '৯৯৯' লণ্ডনত আৰম্ভ হৈছিল।

জন্ম

  • ১৯২২ - অমূল্য বৰুৱা, অসমীয়া কবি।
  • ১৯৩০ - চি এন আৰ ৰাও, ভাৰতীয় ৰসায়নবিজ্ঞানী।
  • ১৯৪৩ - আহমদ ছফা, বাংলাদেশী ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, চিন্তাবিদ।
  • ১৯৬৬ - মাইক টাইছন, আমেৰিকান বক্সিং খেলুৱৈ।
  • ১৯৬৯ - সনথ জয়সূৰ্য, শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ।
  • ১৯৮৫ - মাইকেল ফেল্‌পচ, মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত ২৩টা স্বৰ্ণ পদক বিজয়ী।

মৃত্যু

  • ১৯১৭ - দাদাভাই নৌৰজী, বৃটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য। (জঃ ০৬/০৯/১৮২৫)
  • ১৯৭১ - ভ্লাডিস্লাভ ভ'ল্ক'ভ, ৰুচ দেশৰ মহাকাশচাৰী।
  • ১৯৯৯ -কেপ্টেইন জিণ্টু গগৈ, কাৰ্গিল যুদ্ধত শ্বহীদ হয়।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “৩০ জুন” প্ৰবন্ধৰ সংশোধন ৩৭০৩৬৩ (২৯ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।