অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২০২২ চন

২০২২ (2022, MMXXII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ শনিবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২২তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২২ তম বছৰ…

হালনাগাদ: ২৮ ডিচেম্বৰ ২০২৫ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

২০২২ (2022, MMXXII) হৈছে পৃথিৱীৰ সেইবোৰ সময় অঞ্চলৰ বৰ্তমান চলি থকা বছৰ যিবোৰ সময় অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় মান সময়−০৩:০০ অথবা তাতকৈ পিছৰ। ই হৈছে গ্ৰেগৰিয়ান দিনপঞ্জীৰ শনিবাৰেৰে আৰম্ভ হোৱা এটা সাধাৰণ বছৰ, সাধাৰণ যুগৰ (CE) আৰু এন' ডমিনি (AD)ৰ ২০২২তম বছৰ, তৃতীয় সহস্ৰাব্দ আৰু একবিংশ শতিকাৰ ২২ তম বছৰ আৰু ২০২০ দশকৰ ৩য় বছৰ। অসমীয়া দিনপঞ্জী মতে ১৪২৮-২৯ ভাস্কৰাব্দ বা ১৯৪৩-৪৪ শকাব্দ।

অন্যহাতে ৰাষ্ট্ৰসংঘই ২০২২ বৰ্ষটোক ১ International Year of Basic Sciences for Sustainable Development,২ International Year of Sustainable Mountain Development,৩ আৰু the International Year of Glass৪ হিচাপে ঘোষণা কৰিছে।

তথ্যসূত্ৰ

  1. ↑ International Year of Artisanal Fisheries and Aquaculture. United Nations
  2. ↑ International Year of Basic Sciences for Sustainable Development. United Nations
  3. ↑ International Year of Sustainable Mountain Development. United Nations
  4. ↑ International Year of Glass. United Nations

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২২ চন” প্ৰবন্ধৰ সংশোধন ৫৬৬৪৭০ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।