অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মুক্ত সম্পৰ্ক

মুক্ত সম্পৰ্ক (Open relationship) হ’ল এক অন্তৰংগ সম্পৰ্ক যিনেকি যৌনভাৱে বহুগামী। অৱশ্যে এই শব্দটো বহুবিবাহৰ পৰা পৃথক, কাৰণ ই সাধাৰণতে এনে সম্পৰ্কক বুজায় য’ত দুজন সংগীৰ মাজত প্ৰাথমিক আৱেগিক আৰু ঘনিষ্ঠ সম্পৰ্ক থাকে, ইয়াৰোপৰি আন মানুহৰ সৈতে যৌন বা আৱেগিক ঘনিষ্ঠতাৰ সম্ভাৱনাৰ প্ৰতিও দুয়োৰে মাজত…

হালনাগাদ: ২৩ মে’ ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মুক্ত সম্পৰ্ক (Open relationship) হ’ল এক অন্তৰংগ সম্পৰ্ক যিনেকি যৌনভাৱে বহুগামী। অৱশ্যে এই শব্দটো বহুবিবাহৰ পৰা পৃথক, কাৰণ ই সাধাৰণতে এনে সম্পৰ্কক বুজায় য’ত দুজন সংগীৰ মাজত প্ৰাথমিক আৱেগিক আৰু ঘনিষ্ঠ সম্পৰ্ক থাকে, ইয়াৰোপৰি আন মানুহৰ সৈতে যৌন বা আৱেগিক ঘনিষ্ঠতাৰ সম্ভাৱনাৰ প্ৰতিও দুয়োৰে মাজত পাৰস্পৰিক বুজাপৰা থাকে।

মুক্ত সম্পৰ্কৰ ভিতৰত যিকোনো ধৰণৰ ৰোমাণ্টিক সম্পৰ্ক (ডেটিং, বিবাহ, যৌনতা আদি) হ'ব পাৰে। "মুক্ত" সম্পৰ্কত এক বা ততোধিক পক্ষই সম্পৰ্কৰ বাহিৰৰ মানুহৰ সৈতে ৰোমাণ্টিক বা যৌন সম্পৰ্ক স্থাপনৰ অনুমতি পায়। এইটো পৰম্পৰাগতভাৱে "বন্ধ" সম্পৰ্কৰ বিপৰীত, য'ত দুয়োপক্ষই ইজনে সিজনৰ লগত একান্তভাৱে থকাৰ ওপৰত একমত হয়। মুক্ত সম্পৰ্কৰ ধাৰণাটোক ১৯৭০ চনৰ পৰাই স্বীকৃতি দিয়া হৈছে।১

তথ্যসূত্ৰ

  1. ↑ Doheny, Kathleen. The Truth About Open Marriage. Web MD

সম্পৰ্কিত শ্ৰেণী

পোখালিমানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুক্ত সম্পৰ্ক” প্ৰবন্ধৰ সংশোধন ৫১১৯১৫ (২৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।