অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

সপ্তভুজ

সপ্তভূজ ৭ ৰেখা খণ্ডৰে নিৰ্মিত বহুভূজ।

হালনাগাদ: ৩১ জানুৱাৰী ২০১৮ ৩০ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

সপ্তভূজ ৭ ৰেখা খণ্ডৰে নিৰ্মিত বহুভূজ।১

ব্যৱহাৰ

  1. যুক্তৰাজ্যত ২ সপ্তভূজাকাৰ মুদ্ৰাৰ প্ৰচলন আছে।
  2. বাৰ্বাডছ ডলাৰো সপ্তভূজাকাৰ।
  3. কেইবাটাও বটছৱানা পুলা মুদ্ৰা সপ্তভূজাকাৰ।
  4. জাৰ্মানীৰ মৌচলিয়াম অৱ প্ৰিন্স আৰ্ণষ্টত সপ্তভূজাকাৰ টাইল ব্যৱহাৰ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ শব্দ ডট অৰ্গ

সম্পৰ্কিত শ্ৰেণী

বহুভুজ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সপ্তভুজ” প্ৰবন্ধৰ সংশোধন ১৭৩৯৭৬ (৩১ জানুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।