১৯৯৩ চনৰ লাটুৰ ভূমিকম্প ৩০ ছেপ্টেম্বৰ তাৰিখে স্থানীয় সময় অনুসৰি পুৱা ৩:৫৬ বজাত হৈছিল। ভূমিকম্পটোৱে মূলতে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ লাটুৰ আৰু ওচমানবাদ জিলাৰ ক্ষতি সাধন কৰিছিল।১ ৫২খন গাঁও ধ্বংস হৈছিল এই অন্তৰ্ফলকীয় ভূমিকম্পটোত। ভ্ৰামক মান মাপনী বা ম'মেণ্ট মেগ্ননিছিউত স্কেলত ইয়াৰ মান আছিল ৬.২ আৰু প্ৰায় ১০০০০ জন মানুহৰ মৃত্যু হৈছিলে; ৩০০০০ জন আঘাতপ্ৰাপ্ত হৈছিলে। ভূমিকম্পটো এটা অগভীৰ ভূমিকম্প আছিলে যাৰ কেন্দ্ৰটো ভূ-পৃষ্ঠৰ ১০কিমি তলত আছিলে ফল স্বৰূপে বিস্তৰ ক্ষতি সাধন হৈছিলে।
তথ্যসূত্ৰ
- ↑ Earth Quake
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৯৩ চনৰ লাটুৰ ভূমিকম্প” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৮৮ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।