অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ষষ্ঠী (তিথি)

ষষ্ঠী (Shashthi, षष्ठी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিকৰ (পক্ষ) ষষ্ঠ দিন (তিথি)। প্ৰত্যেক মাহত দুটিকৈ ষষ্ঠী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ ষষ্ঠ দিন।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ষষ্ঠী (Shashthi, षष्ठी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিকৰ (পক্ষ) ষষ্ঠ দিন (তিথি)।১ প্ৰত্যেক মাহত দুটিকৈ ষষ্ঠী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ ষষ্ঠ দিন।

উৎসৱ

ষষ্ঠী তিথি, বিশেষকৈ শুক্লপক্ষ, কেইবাটাও আচাৰ-অনুষ্ঠান পালিত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ:

  • দুৰ্গা পূজা
  • শীতলাষষ্ঠী২
  • স্কন্দ ষষ্ঠী বা সুব্ৰামণ্য ষষ্ঠী৩
  • চন্দ্ৰ ষষ্ঠী (চন্নান ছট): ভাদ মাহৰ কৃষ্ণপক্ষ ষষ্ঠীত এই উৎসৱ পালন কৰা হয়। এই উৎসৱটি জম্মু বিভাগৰ ডোগৰা জনগোষ্ঠীৰ মাজত অধিক জনপ্ৰিয়।৪ ইয়াক বলোৰামৰ জন্মদিন হিচাপে পালন কৰা হয় আৰু সেয়ে ইয়াক বলৰাম ছট বা বলদেব ছঠও বোলা হয়।
  • সূৰ্য ষষ্ঠী (ছট পূজা), হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ সূৰ্য-উপাসনাৰ এক প্ৰধান দিৱস। কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠ দিনত এই উৎসৱ পালন কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Monier-Williams, Monier. (1872). A Sanskrit-English Dictionary: ..with Special Reference to Greek, Latin, Gothic, German, Anglo-saxon... Clarendon. পৃ. 1034
  2. ↑ Festivals of India: Sital Shashti. Aryabhatt.com
  3. ↑ Kannikeswaran, Kanniks. Skanda Sashti. Indiantemples.com
  4. ↑ Śāstrī, Rāmanātha; Mohana, Madana. (1970). (Rajata jayantī abhinandana grantha).. Ḍogarī Saṃsthā

সম্পৰ্কিত শ্ৰেণী

তিথিহিন্দু পঞ্জিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষষ্ঠী (তিথি)” প্ৰবন্ধৰ সংশোধন ৫৪০২৭৪ (২৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।