অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৠ

ৠ বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিয়া হৈছে।

হালনাগাদ: ২৮ আগষ্ট ২০২৬ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৠ বৰ্ণটো পুৰণি অসমীয়া স্বৰবৰ্ণত ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই বৰ্ণটোৰ ব্যৱহাৰ উঠাই দিয়া হৈছে।

ব্যৱহাৰ

ৠ-কাৰযুক্ত শব্দ

  • পিতৄণ (পিতৃ + ঋণ)
  • মাতৄণ (মাতৃ + ঋণ)

ইউনিক’ড

ৰূপচিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ১
স্বতন্ত্ৰ ৰূপৠU+09E0BENGALI LETTER VOCALIC RR
গৌণ ৰূপৄU+09C4BENGALI VOWEL SIGN VOCALIC RR

তথ্যসূত্ৰ

  1. ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া স্বৰবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৠ” প্ৰবন্ধৰ সংশোধন ৬৩৩০৮০ (২৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।