এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৫৩ - পাকিস্তান ইছলামিক গণতন্ত্ৰত পৰিণত হয়।১
- ১৯৮৭ - কাঠমাণ্ডুত ’ছাৰ্ক’ শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।১
জন্ম
- ১৫৩৪ - ৰামদাস, চতুৰ্থ শিখ গুৰু।১
- ১৭৮০ - মহাৰাজা ৰঞ্জিত সিংহ, পঞ্জাব কেশৰী নামে জনাজাত শিখ সম্ৰাট।
- ১৯৩৩ - অন্নদা শইকীয়া, অসমৰ সমাজসেৱী আৰু সাহিত্যিক।
- ১৯৬৫ - শ্বাহৰুখ খান, ভাৰতীয় অভিনেতা।১
- ১৯৭৬ - দীপান্বিতা শৰ্মা, অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল।
- ১৯৮১ - ঈশা দেউল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮২ - যোগেশ্বৰ দত্ত, ভাৰতীয় মল্লযোদ্ধা।
মৃত্যু
- ১৯৯৮ - ভিনচেণ্ট উইনটাৰ, স্কটিছ অভিনেতা।
- ২০১৫ - মাইক ডেভিছ, বিখ্যাত টেনিছ খেলুৱৈ।
দিৱস
- ভাৰতীয় আগমন দিৱস (মৰিছাছ)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৫৩৩ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।