জন্ম
- ১৮১৩ - ডেভিড লিভিংষ্টোন, স্কটিছ চিকিৎসক আৰু মানবতাবাদী।
- ১৯৫৫ - ব্ৰুচ ৱিলিছ, আমেৰিকান অভিনেতা।
- ১৯৮৪ - তনুশ্ৰী দত্ত, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯৭৩ - হেমেন গাঙ্গুলী, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।
- ২০০৫ - নৰেন্দ্ৰ চন্দ্ৰ হাজং, অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক।
- ২০০৬ - গোলাপ বৰবৰা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০০৮ - আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
- ২০১৮ - কেদাৰনাথ সিং, ভাৰতীয় কবি।
দিৱস
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৪৯৭৫৩ (২০ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।