অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৯ ফেব্ৰুৱাৰী

২৯ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অধিবৰ্ষত ৬০তম দিন। বছৰ শেষ হ'বলৈ ৩০৬ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।

হালনাগাদ: ৭ মাৰ্চ ২০২৩ ১৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

২৯ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ অধিবৰ্ষত ৬০তম দিন। বছৰ শেষ হ'বলৈ ৩০৬ দিন বাকী থাকে। ফেব্ৰুৱাৰী মাহ সাধাৰণতে ২৮ দিনীয়া হয় যদিও প্ৰতি ৪ বছৰৰ মূৰে মূৰে এই মাহ ২৯ দিনীয়া হয়। তেতিয়া ইয়াক লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়।

ঘটনাৱলী

  • ১৯২০ - হাঙ্গেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৫৬ - পাকিস্তানৰ সংবিধান গৃহীত হয়। দেশখনক ইছলামিক গণতন্ত্ৰৰূপে ঘোষণা কৰা হয় আজিৰ দিনটোতে।

জন্ম

  • ১৮৯২ - আগষ্টা ছেভেজ, আমেৰিকাল ভাস্ক্যৰ্য শিল্পী।
  • ১৮৯৬ - মোৰাৰজী দেশাই, ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী।
  • ১৯০৪ - ৰুক্মিণী দেৱী অৰুণ্ডেল, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য নিৰ্দেশক।
  • ১৯৮৪ - ডাৰেন এমব্ৰ’ছ, ইংৰাজ ফুটবলাৰ।
  • ১৯৮৮ - মুনমী ফুকন, অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী।

মৃত্যু

  • ১৯৬৪ - ফ্ৰেংক এলবাৰ্টছন, আমেৰিকান অভিনেতা।
  • ২০০৮ - ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ, অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
  • ২০১২ - পি. কে. নাৰায়ণ পানিকৰ, ভাৰতীয় সমাজকৰ্মী।

দিৱস

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৭৯৩৭ (৭ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।