অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৮ অক্টোবৰ

১৯২৫ - ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷ ১৯৬৫ - জাকিৰ আব্দুল কৰিম নাইক, ভাৰতীয় ইছলামিক চিন্তাবিদ, ধৰ্ম প্ৰচাৰক, বক্তা আৰু লেখক। ১৯৭৭ - জ্যোতিকা সাৰাৱানন, ভাৰতীয় অভিনেত্ৰী। ১৯৮৪ - ফ্ৰিডা ছেলেনা পিণ্টো, ভাৰতীয় অভিনেত্ৰী।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২৩ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জন্ম

মৃত্যু

  • ১৮৭১ - চাৰ্লছ বাবেজ, ইংৰাজ গণিতজ্ঞ, আৰু অভিযন্তা। তেখেতে মেকানিকেল কম্পিউটাৰ আবিস্কাৰ কৰিছিল।
  • ১৯৩১ - থমাছ আলভা এডিচন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী।
  • ২০১৩ - ৰাভুৰি ভৰদ্বাজ, তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৮ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৭৭০৩৪ (৪ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।