বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
২১ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২১ মে'
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২২ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২২ এপ্ৰিল
২২ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১২ তম (অধিবৰ্ষত ১১৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২২ জুলাই
১৬৭৮ - ছত্ৰপতি শিৱাজী মহাৰাজে ভেলুৰ দূৰ্গ বিজয়ী হয়। ১৮৯৪ - ফ্ৰান্সত প্ৰথম মটৰ গাড়ী দৌৰ প্ৰতিযোগিতা আৰম্ভ হয়। ১৯৪৭ - ভাৰতীয় জাতীয় পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল।
-
২৩ এপ্ৰিল
২৩ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৩ তম (অধিবৰ্ষত ১১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা--
-
২৩ জানুৱাৰী
২৩ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩তম দিন। বছৰ শেষ হ'বলৈ ৩৪২ দিন (অধিবৰ্ষত ৩৪৩ দিন) বাকী থাকে।
-
২৩ জুন
১৭৫৭ - পলাশীৰ যুদ্ধত ব্ৰিটিছ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়। ১৯৬০ - জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়। ১৯৬৯ - ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয়। ১৯৯৬ - শেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।
-
২৩ জুলাই
১৫৫৫ - হুমায়ুনে চিকন্দৰ শ্বাহ চুৰিক ছিৰহিন্দ যুদ্ধত পৰাস্ত কৰি দিল্লী অধিকাৰ কৰে। ১৯২৭ - মুম্বাই আৰু কলকাতাত ভাৰতৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন আৰু নিয়মীয়া সম্প্ৰচাৰ আৰম্ভ হয়। ১৯৩৭ - য়েন বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত ‘‘পিটুইটাৰী’’ হৰ’মন আৱিষ্কৃত হৈছিল।
-
২৩ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৩ মাৰ্চ
১৫৫৮ - ভট্টদেৱ, অসমৰ শঙ্কৰোত্তৰ কালৰ কবি। (মৃত্যু: ১৬৩৮) ১৬১৪ - জাহানাৰা বেগম, মোগল ৰাজকুমাৰী। ১৮৮০ - বাসন্তী দেৱী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৮৯৮ - নলিনীবালা দেৱী, অসমীয়া কবি আৰু লেখিকা। (মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) ১৯১০ - আকিৰা কুৰোছাৱা, জপানীজ বোলছবি নিৰ্মাতা।
-
২৪ অক্টোবৰ
১৫৭৭ - মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰে। ১৬০৫ - চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ কৰে। ১৮৫১ - কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয়।
-
২৪ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৪ ছেপ্টেম্বৰ
১৭২৬ - কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে। ২০০১ - আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়। ২০০২ - গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।
-
২৪ জানুৱাৰী
২৪ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪তম দিন। বছৰ শেষ হ'বলৈ ৩৪১ দিন (অধিবৰ্ষত ৩৪২ দিন) বাকী থাকে।
-
২৪ জুন
১২০৬ - কটুবুদ্দিন দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্ৰীতদাস। ১৯৬৩ - ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়। ১৯৭৬ - ভিয়েটনাম যুদ্ধৰ অৱসান হয়।
-
২৪ জুলাই
১২০৬ - কুটুবউদ্দিন আইবাকে লাহোৰৰ সিংহাসনত আৰোহণ কৰে। ১৯৮৩ - প্ৰখ্যাত সাহিত্যিক মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়। ১৯৮৫ - ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।
-
২৪ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৪ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৪ ফেব্ৰুৱাৰী
২৪ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১০টা দিন (অধিবৰ্ষত ৩১১ দিন) বাকী থাকে।
-
২৪ মে'
২০১৩ - মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। ১৬৮৬ - ডেনিয়েল গেব্ৰীয়েল ফাৰেণহাইট, নেদাৰলেণ্ডৰ (হলেণ্ড) ভৌতিক বিজ্ঞানী, ফাৰেণহাইট তাপ-স্কেল আৰু মাৰ্কুৰীথাৰ্মোমিটাৰৰ বাবে জনাজাত। (মৃত্যু: ১৭৩৬) ১৮৯৯ - কাজী নজৰুল ইছলাম, বাংলাদেশী সঙ্গীতজ্ঞ।
-
২৫ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৫ জানুৱাৰী
২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।
-
২৫ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৬ জানুৱাৰী
২৬ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬তম দিন। বছৰ শেষ হ'বলৈ ৩৩৯ দিন (অধিবৰ্ষত ৩৪০ দিন) বাকী থাকে।
-
২৬ জুন
১৯৩৫ - পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল। ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল। ১৯৬২ - ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
-
২৬ জুলাই
১৮৫৬ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়। ১৯০৮ - ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়। ১৯৬৫ - মালদ্বীপে স্বাধীনতা লাভ কৰে। ১৯৯৯ - কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
-
২৬ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৬ মাৰ্চ
১৯৭৪ - উত্তৰ প্ৰদেশত স্বতঃস্ফূৰ্তভাৱে চিপকো আন্দোলন আৰম্ভ হৈছিল। ১৮৭৪ - ৰবাৰ্ট ফ্ৰ'ষ্ট, আমেৰিকাৰ কবি। (মৃত্যু: ২৯ জানুৱাৰী, ১৯৬৩) ১৯০৭ - মহাদেৱী বৰ্মা, হিন্দী ভাষাৰ বিখ্যাত মহিলা কবি। (মৃত্যু: ১১ ছেপ্টেম্বৰ, ১৯৮৭) ১৯১২ - বিমলা প্ৰসাদ চলিহা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
-
২৭ অক্টোবৰ
১৯৬২ - ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়। ১৯৯৯ - এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা, দেশখনৰ প্ৰধানমন্ত্ৰী, সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়। ১৭২৮ - জেমছ কুক, ইংৰাজ অভিযাত্ৰী।