অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৬ জুলাই

১৮৫৬ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়। ১৯০৮ - ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়। ১৯৬৫ - মালদ্বীপে স্বাধীনতা লাভ কৰে। ১৯৯৯ - কৰ্গিল যুদ্ধৰ অৱসান ঘটে।

হালনাগাদ: ২৭ জুলাই ২০২৪ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৮৫৬ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ উদ্যোগত ভাৰতত বিধবা বিবাহ আইন প্ৰচলন হয়।
  • ১৯০৮ - ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেছন বা এফ বি আই (ইংঃ Federal Bureau of Investigation or FBI) গঠন হয়।
  • ১৯৬৫ - মালদ্বীপে স্বাধীনতা লাভ কৰে।
  • ১৯৯৯ - কৰ্গিল যুদ্ধৰ অৱসান ঘটে।
  • ২০০১ - শ্বেৰ বাহাদুৰে নেপালৰ নতুন প্ৰধান মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
  • ২০২৪ - বিশ্ব ঐহিত্যক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামত পৰিল ইউনেস্ক'ৰ ছীল-মোহৰ। দেশৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে পৰিগণিত হ'ল চৰাইদেউ মৈদাম।
  • ২০২৪ - এশ বছৰ বিৰতিৰ অন্তত পেৰিছ চহৰত ৩৩ সংখ্যক অলিম্পিক খেল আৰম্ভ। এই অলিম্পিকত ২০৬খন দেশৰ ১০,৭১৪জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। ৩২৯টা শাখাত ৩২বিধ খেল অনুষ্ঠিত হ'বলগীয়া এই অলিম্পিকত ভাৰতৰ ১১৭জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

জন্ম

  • ১৮৫৬ - জৰ্জ বাৰ্ণাৰ্ড শ্ব, এগৰাকী বিখ্যাত আইৰিছ নাট্যকাৰ।
  • ১৮৯৪ - আলডুছ হাক্সলী, প্ৰখ্যাত ইংৰাজ ঔপন্যাসিক।
  • ১৯২৮ - ষ্টেনলি কুবৰিক, আমেৰিকান ছবি পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক।
  • ১৯৬৪ - ছান্দ্ৰা বুলক, হলিউডৰ অভিনেত্ৰী।
  • ১৯৬৭ - জেছন ষ্টাথাম, হলিউডৰ অভিনেতা।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ জুলাই” প্ৰবন্ধৰ সংশোধন ৪২৬৯০৫ (২৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।