এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
- ১৯৯০ চনত দিল্লীত কমনৱেলথ শীৰ্ষ সন্মিলন আৰম্ভ।
- ১৯৯১ চনত দক্ষিণ পূব এছিয়াৰ দেশ কাস্পুচিয়াৰ নাম সলনি কৰি কম্বোডিয়া।
- ১৯৯৭ চনত মিছ ইণ্ডিয়া ডায়েনা হেইডেনৰ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন।
- ১৯৯৭ চনত প্ৰসাৰ ভাৰতী গঠন কৰা হয়। ভাৰতৰ ৰাজ্যিক মালিকানাধীন ৰাজহুৱা সম্প্ৰচাৰক, মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। ই হৈছে ভাৰতীয় সংসদৰ এক আইনৰ দ্বাৰা স্থাপিত এক বিধিগত স্বায়ত্তশাসিত সংস্থা আৰু ইয়াত টেলিভিছন নেটৱৰ্ক আৰু অল ইণ্ডিয়া ৰেডিঅ' অন্তৰ্ভুক্ত আছে, যিবোৰ আগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মিডিয়া গোট আছিল। ভাৰতৰ সংসদে ১৯৯০ চনতে এই স্বায়ত্তশাসন প্ৰদান কৰিবলৈ প্ৰসাৰ ভাৰতী আইন গৃহীত কৰিছিল, কিন্তু ১৫ ছেপ্টেম্বৰ ১৯৯৭ লৈকে ইয়াক প্ৰণয়ন কৰা হোৱা নাছিল।
- ১৯৯৯ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মিলেনিয়াম ৰাষ্ট্ৰীয় বঁটা ঘোষণা।
জন্ম
- ১৮০৪ - ফ্ৰেঙ্কলিন পিয়েৰছ, আমেৰিকাৰ ১৪ সংখ্যক ৰাষ্ট্ৰপতি।
- ১৯২৬ - সত্য সাই বাবা, ভাৰতীয় নেতা আৰু আধ্যাত্মিক গুৰু।
- ১৯৩০ - গীতা দত্ত জন্মগত নাম গীতা ঘোষ ৰায়চৌধুৰী, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৩৩ - ইমৰান শ্বাহ, কথা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ১৯৫৭ - উইলিয়াম কেলিন জুনিয়ৰ, হাৰ্ভাড বিশ্ববিদ্যালয় আৰু ডানা ফাৰ্বাৰ কেঞ্চাৰ ইনষ্টিটিউটত মেডিচিন বিভাগৰ অধ্যাপক।
- ২৯৬২ - ঔম বিৰলা, ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ১৭তম লোকসভাৰ অধ্যক্ষ।
মৃত্যু
- ১৯৩৭ - জগদীশ চন্দ্ৰ বসু, ভাৰতীয় বিজ্ঞানী।
- ১৯৮২ - সীতানাথ ব্ৰহ্মচৌধুৰী, ভাৰতীয় সাহিত্যিক।
- ২০২০ - তৰুণ গগৈ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (২০০১-২০১৬)।
দিৱস
- শ্ৰমিকক ধন্যবাদ জ্ঞাপন দিৱস (জাপান)।
বাহ্যিক সংযোগ
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৯২৪৩৮ (১৮ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।