অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ অক্টোবৰ

১৫৭৭ - মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰে। ১৬০৫ - চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ কৰে। ১৮৫১ - কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৩ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৫৭৭ - মোগল সম্ৰাট আকবৰে আবণ্টন দিয়া ভূমিত চতুৰ্থ শিখ গুৰু ৰামদাসে অমৃতসৰ চহৰ প্ৰতিষ্ঠা কৰে।
  • ১৬০৫ - চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ সিংহাসনত আৰোহণ কৰে।
  • ১৮৫১ - কলকাতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত জনসাধাৰণৰ বাবে প্ৰথম টেলিগ্ৰাফ লাইন মুকলি কৰা হয়।
  • ১৯৪৫ - ৫০খন দেশৰ অন্তৰ্ভুক্তিৰে বিশ্ব শান্তিৰ উদ্দেশ্য ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৮৪ - কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে'ল ব্যৱস্থাৰ বা বামে'ট্ৰো ৰে'ল মুকলি কৰা হয়।

জন্ম

মৃত্যু

  • ১৬০১ - টাইকো ব্ৰাহে, ছুইডেনৰ জ্যোৰ্তিবিজ্ঞানী।
  • ১৯৯১ - ইস্মত চুগতাই, ভাৰতীয় উৰ্দু ঔপন্যাসিক, চুটিগল্প লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা।
  • ২০১৩ - মান্না দে, ভাৰতীয় ধ্ৰপদী সংগীতৰ কণ্ঠশিল্পী।
  • ২০১৭ - গিৰিজা দেৱী, বিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ অক্টোবৰ” প্ৰবন্ধৰ সংশোধন ৩৭৬২২৯ (২৯ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।