অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৩ মাৰ্চ

১৫৫৮ - ভট্টদেৱ, অসমৰ শঙ্কৰোত্তৰ কালৰ কবি। (মৃত্যু: ১৬৩৮) ১৬১৪ - জাহানাৰা বেগম, মোগল ৰাজকুমাৰী। ১৮৮০ - বাসন্তী দেৱী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৮৯৮ - নলিনীবালা দেৱী, অসমীয়া ‌কবি আৰু লেখিকা। (মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) ১৯১০ - আকিৰা কুৰোছাৱা, জপানীজ বোলছবি নিৰ্মাতা।

হালনাগাদ: ২৭ মে’ ২০২৫ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

জন্ম

মৃত্যু

  • ১৯৩১ - ভগৎ সিং, (জ.১৯০৭), সুখদেব থাপৰ (জ.১৯০৮) আৰু শিৱৰাম ৰাজগুৰু (জ.১৯০৮) - ভাৰতৰ স্বাধীনতা সংগ্ৰামী। এই তিনিজনক ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে। এই দিনটো ভাৰতত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৯৫ - শক্তি চট্টোপাধ্যায়, বাঙালি কবি আৰু লিখক। (জন্ম: ২৫ নৱেম্বৰ,১৯৩৩)

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৫১২৮৬৩ (২৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।