অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ জানুৱাৰী

২৪ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪তম দিন। বছৰ শেষ হ'বলৈ ৩৪১ দিন (অধিবৰ্ষত ৩৪২ দিন) বাকী থাকে।

হালনাগাদ: ২৪ জানুৱাৰী ২০২৩ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

২৪ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪তম দিন। বছৰ শেষ হ'বলৈ ৩৪১ দিন (অধিবৰ্ষত ৩৪২ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৭৩৯ - পেচোৱা বীৰ "চিমনাজী আপ্পা"ই পৰ্টুগীজক হৰুৱাই "টাৰাপুৰ দুৰ্গ" পুনৰুদ্ধাৰ কৰে।
  • ১৮৫৭ - দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ বিশ্ববিদ্যালয় "কলিকতা বিশ্ববিদ্যালয়" আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।
  • ১৮৬২ - ৰোমানিয়াৰ ৰাজধানী হিচাপে "বুখাৰেষ্ট"ক মান্যতা প্ৰদান কৰা হয়।
  • ১৯০৮ - "ৰবাৰ্ট বেডেন পাৱেলে" "বয় স্কাউট"ৰ গঠন কৰে।
  • ১৯৫০ - "জন গন মন…"ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়।
  • ১৯৮৪ - বিশ্বৰ প্ৰথম পাৰ্চনেল কম্পিউটাৰ এপ'লৰ "মেচিনটছ"ৰ বিক্ৰী আৰম্ভ হয়।

জন্ম

মৃত্যু

দিৱস

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৩৩০২ (২৪ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।