অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৬ মাৰ্চ

১৯৭৪ - উত্তৰ প্ৰদেশত স্বতঃস্ফূৰ্তভাৱে চিপকো আন্দোলন আৰম্ভ হৈছিল। ১৮৭৪ - ৰবাৰ্ট ফ্ৰ'ষ্ট, আমেৰিকাৰ কবি। (মৃত্যু: ২৯ জানুৱাৰী, ১৯৬৩) ১৯০৭ - মহাদেৱী বৰ্মা, হিন্দী ভাষাৰ বিখ্যাত মহিলা কবি। (মৃত্যু: ১১ ছেপ্টেম্বৰ, ১৯৮৭) ১৯১২ - বিমলা প্ৰসাদ চলিহা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

হালনাগাদ: ২৬ মাৰ্চ ২০২৩ ১৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

  • ১৯৭৪ - উত্তৰ প্ৰদেশত স্বতঃস্ফূৰ্তভাৱে চিপকো আন্দোলন আৰম্ভ হৈছিল।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৬ মাৰ্চ” প্ৰবন্ধৰ সংশোধন ৩৫০৮৮১ (২৬ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।