অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৩ এপ্ৰিল

২৩ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৩ তম (অধিবৰ্ষত ১১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা--

হালনাগাদ: ২১ এপ্ৰিল ২০২৩ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

২৩ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৩ তম (অধিবৰ্ষত ১১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা--

ঘটনাৱলী

  • ১৯৬৮ - ব্ৰিটেইনত প্ৰথম দশমিক মুদ্ৰা আৰম্ভ হয়।

জন্ম

  • ১৮৫৮ - পণ্ডিতা ৰমাবাঈ, ভাৰতীয় নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী।
  • ১৮৫৮ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (মৃত্যু: ৪ অক্টোবৰ, ১৯৪৭)
  • ১৯৩৮ - এছ. জানকী, ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৪১ - ৰে টমলিনছন, মাৰ্কিন কম্পিউটাৰ প্ৰ'গ্ৰামাৰ আৰু পৃথিৱীৰ প্ৰথম ই-মেইল প্ৰৱৰ্তনকাৰী।
  • ১৯৪৬ - ৰ'জি আফচাৰি, বাংলাদেশী অভিনেত্ৰী।
  • ১৯৫৭ - উমা ডগ্ৰা, ভাৰতীয় কথক নৃত্যশিল্পী।
  • ১৯৭৭ - জন ছিনা, মাৰ্কিন ৰেচলাৰ।

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৩৫৫০৬৩ (২১ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।