বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
৪ জুলাই
১৭৭৬ - ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা লাভ। ১৭৭৬ - জৰ্জ ৱাশ্বিংটনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতিৰ পিতা বুলি স্বীকৃতি। ১৮৮৬ - ফ্ৰান্সে আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিয়ে। ১৯০৪ - পানামা খালৰ খনন কাৰ্য আৰম্ভ হৈছিল।
-
৪ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৪ ফেব্ৰুৱাৰী
৪ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩০টা দিন (অধিবৰ্ষত ৩৩১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা - ঘটনাৱলী - (১) ১৬৬২ চনৰ আজিৰ দিনটোতে মীৰজুমলাই গুৱাহাটী দখল কৰি লয়।
-
৫ আগষ্ট
এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৫ এপ্ৰিল
৫ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৫তম (অধিবৰ্ষত ৯৬তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭০ দিন বাকী থাকে।
-
৫ জানুৱাৰী
৫ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০টা দিন (অধিবৰ্ষত ৩৬১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৫ জুন
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৫ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৫ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৫ মে'
১৮২১ - আটলাণ্টিক এটি ক্ষুদ্ৰ দ্বীপত নেপোলিয়ন বোনাপাৰ্টৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ নিৰ্বাসিত অৱস্থাত আছিল। ১৯১২ - ষ্টকহোমত পঞ্চম অলিম্পিক ক্ৰীড়া আৰম্ভ হয়। ১৯২১ - বিশ্বৰ ক্ষুদ্ৰতম সংবাদ-পত্ৰ ‘ব্ৰাইনাৰ গেজেট’ প্ৰথম প্ৰকাশ হয়। উল্লেখযোগ্য যে সংবাদ পত্ৰখনৰ আকাৰ আছিল ১০x১৩ ছেঃমিঃ।
-
৬ আগষ্ট
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৬ এপ্ৰিল
৬ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৬তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।
-
৬ জানুৱাৰী
৬ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৯টা দিন (অধিবৰ্ষত ৩৬০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৬ জুন
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৬ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৬ মে'
১৫২৯ - বিহাৰ আৰু উত্তৰ প্ৰদেশৰ আফগানসকল মোগল সম্ৰাট বাবৰৰ হাতত পৰাজিত হয় গংগা আৰু ঘঘৰা নদীৰ সংগমস্থলত। এই ঘটনাৰ পিছতে মোগল সম্ৰাট বাবৰ সিন্ধুৰ পৰা বিহাৰ আৰু গোৱালিয়ৰ পৰ্যন্ত এক বিশাল সাম্ৰাজ্যৰ অধিপতি হয়। ১৮৪০ - বিশ্বৰ প্ৰথমটো ডাক টিকটৰ ৰাজহুৱা ব্যৱহাৰ আৰম্ভ হয় ব্ৰিটেইনত।
-
৭ অক্টোবৰ
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
৭ আগষ্ট
এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৭ এপ্ৰিল
৭ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৭তম (অধিবৰ্ষত ৯৭তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৬৯ দিন বাকী থাকে।
-
৭ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৭ জানুৱাৰী
৭ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৮টা দিন (অধিবৰ্ষত ৩৫৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৭ জুলাই
১৭৬৩ - মীৰজাফৰে পুনৰ বংগৰ নবাব হিচাপে গাদী দখল কৰে। ১৮৯৬ - ভাৰতলৈ প্ৰথম চিনেমাৰ আগমণ ঘটে। ফ্ৰান্সৰ লুমিয়েৰ ভাতৃদ্বয়ৰ উদ্যোগত মুম্বাইত প্ৰদৰ্শিত হয় প্ৰথম চিনেমা। ১৯০৫ - লৰ্ড কাৰ্জনে বংগ বিভাজন কথা ঘোষণা কৰে। ১৯৯৬ - ভাৰতীয় চলচ্চিত্ৰৰ শতবাৰ্ষিকী উৎসৱ আৰম্ভ হয়।
-
৭ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৭ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৮ আগষ্ট
এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৮ জানুৱাৰী
৮ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৭টা দিন (অধিবৰ্ষত ৩৫৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৯ আগষ্ট
এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৯ এপ্ৰিল
১৬৬৯ - মোগল সম্ৰাট ঔৰংজেৱে সকলো হিন্দু বিদ্যালয় আৰু মন্দিৰ ধ্বংস কৰিবলৈ আদেশ দিছিল। ১৯১৮ - লাটভিয়া দেশে স্বাধীনতা ঘোষণা কৰে। ১৯৪৫ - মাৰ্কিন যুক্তৰাষ্ট্ৰত আণবিক শক্তি কমিছন গঠন কৰা হয়। ১৯৬৫ - ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্ত যুদ্ধ আৰম্ভ হৈছিল। ২০২০ - ভয়াবহ কৰ'না বেমাৰে ১০০ দিন সম্পূৰ্ণ কৰিছিল।
-
৯ জুন
৬৮ - ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল। ১৫৩৫ - স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে। ১৭৫৩ - ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
-
৯ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-