অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ ফেব্ৰুৱাৰী

২৪ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১০টা দিন (অধিবৰ্ষত ৩১১ দিন) বাকী থাকে।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৩ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

২৪ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১০টা দিন (অধিবৰ্ষত ৩১১ দিন) বাকী থাকে।

ঘটনাৱলী

জন্ম

  • ১৩০৪ - ইবন বটুতা, চুন্নী মুছলিম পৰ্যটক, চিন্তাবিদ আৰু ধৰ্মতাত্ত্বিক।
  • ১৯২৭ - কামিনী কৌশল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক।
  • ১৯৪৮ - জয়ললিতা, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিজ্ঞ।
  • ১৯৫৫ - ষ্টীভ জব্‌ছ, আমেৰিকান কম্পিউটাৰ ব্যৱসায়ী আৰু আৱিষ্কাৰক।
  • ১৯৬১ - পৰাগ কুমাৰ দাস, অসমীয়া সাংবাদিক, মানৱ অধিকাৰ কৰ্মী।
  • ১৯৭২ - পূজা ভাট, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা।
  • ১৯৭৬ - য়ুভাল নোৱা হাৰাৰি, ইজৰাইলী ইতিহাসবিদ আৰু লেখক।
  • ১৯৭৬ - তৰুণ শইকীয়া, মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা প্ৰথম অসমীয়া।

মৃত্যু

দিৱস

সম্পৰ্কিত শ্ৰেণী

ফেব্ৰুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ ফেব্ৰুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৬৮৩০ (২৫ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।