অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২২ এপ্ৰিল

২২ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১২ তম (অধিবৰ্ষত ১১৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ১ জানুৱাৰী ২০২৬ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

২২ এপ্ৰিল দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১২ তম (অধিবৰ্ষত ১১৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৯১৫ - প্ৰথম বিশ্বযুদ্ধত জাৰ্মানসকলে বিষাক্ত গেছ ব্যৱহাৰ কৰা আৰম্ভ কৰে।
  • ২০২৫ চন – জম্মু আৰু কাশ্মীৰৰ বৈসৰণ উপত্যকাত পৰ্যটকৰ এটা দলৰ ওপৰত দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ সৈতে সম্পৃক্ত মিলিটেণ্টসকলে গুলিচালনা কৰে, যাৰ ফলত ২৬ গৰাকী নিহত আৰু অন্ততঃ ২০ গৰাকী আহত হয়।১

জন্ম

মৃত্যু

  • ১৯৪৩ - কমলা মিৰি ওৰফে কমলা লুইং, ভাৰতৰ স্বাধীনতা যুঁজাৰু।

দিৱস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gunmen kill at least 26 in Indian-administered Kashmir: Police. Al Jazeera

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২২ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৫৬৭২৫৫ (১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।