অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৩ জুন

১৭৫৭ - পলাশীৰ যুদ্ধত ব্ৰিটিছ সেনা আৰু চিৰাজ উদ দৌল্লাৰ মাজত যুদ্ধ আৰম্ভ হয়। ১৯৬০ - জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সুৰক্ষা সন্দৰ্ভত বুজা বুজি হয়। ১৯৬৯ - ৱাইন ই বাৰ্গৰ চুপ্ৰীম কৰ্টৰ মুখ্য ন্যায়াধীশ হয়। ১৯৯৬ - শেখ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ শপত লয়।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৫ ২২৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

জন্ম

  • ১৮৭৫ - নৰ্মান প্ৰিচাৰ্ড, ব্ৰিটিছ-ভাৰতীয় অভিনেতা আৰু খেলুৱৈ।
  • ১৯০৭ - জেম্ছ মিডে, ব্ৰিটিছ অৰ্থনীতিবিদ।
  • ১৯১২ - এলান ট্যুৰিং, ইংৰাজ কম্পিউটাৰ বিজ্ঞানী।
  • ১৯২৯ - জুন কাৰ্টাৰ, আমেৰিকান গায়িকা।
  • ১৯৩৪ - চণ্ডী প্ৰসাদ ভট্ট, গান্ধীবাদী বিচাৰক আৰু সামাজিক কৰ্মকৰ্তা।
  • ১৯৩৬ - প্ৰদীপ কুমাৰ বেনাৰ্জী, ভাৰতীয় ফুটবল খেলুৱৈ।
  • ১৯৫২ - ৰাজ বব্বৰ, ভাৰতীয় অভিনেতা আৰু ৰাজনেতা।
  • ১৯৫৮ - মুকেশ খান্না, ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা৷
  • ১৯৫৯ - খৰ্গেশ্বৰ তালুকদাৰ, অসম আন্দোলনৰ প্ৰথম শ্বহীদ।

মৃত্যু

  • ১৭৬১ - বালাজী বাজীৰাও, মাৰাঠা পেছৱা।
  • ১৯১৪ - গংগাপ্ৰসাদ বাৰ্মা, ভাৰতীয় ৰাজনৈতিক নেতা তথা সমাজ সংস্কাৰক।
  • ১৯৫৩ - শ্যামা প্ৰসাদ মুখাৰ্জী, ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাতা।
  • ১৯৭১ - শ্ৰী প্ৰকাশ, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৮০ - সঞ্জয় গান্ধী, ভাৰতীয় নেতা তথা ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ।
  • ১৯৯৫ - জোনাছ চক্‌, পলিঅ' বেমাৰৰ প্ৰতিষেধকৰ আৱিষ্কাৰক।
  • ২০০৩ - গৌৰীশংকৰ ভট্টাচাৰ্য, ভাৰতীয় আইনজ্ঞ, ৰাজনীতিবিদ আৰু সাহিত্যিক।
  • ২০১৫ - নিৰ্মলা যোশী, ৰোমান কেথলিক ধৰ্মীয় চিষ্টাৰ।

দিৱস

  • আন্তৰ্জাতিক বিধৱা দিৱস।

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ জুন” প্ৰবন্ধৰ সংশোধন ৪৭১৩৯৪ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।