অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৫ জানুৱাৰী

২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৩ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৭৫৫ - মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
  • ১৮৮১ - থমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিষ্ঠা কৰে।
  • ১৯১৮ - বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৯ - এমী পুৰস্কাৰৰ আৰম্ভণি কৰা হয়।
  • ১৯৮০ - মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
  • ২০০৫ - মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮জন লোকৰ মৃত্যু হয়।

জন্ম

মৃত্যু

দিৱস

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৫ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৩৪৩৩৯৪ (২৭ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।