অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৪ জুলাই

১২০৬ - কুটুবউদ্দিন আইবাকে লাহোৰৰ সিংহাসনত আৰোহণ কৰে। ১৯৮৩ - প্ৰখ্যাত সাহিত্যিক মহাদেৱী বৰ্মালৈ জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়। ১৯৮৫ - ৰাজীৱ গান্ধী আৰু সন্ত লংগোৱালাৰ মাজত পঞ্জাৱ চুক্তি স্বাক্ষৰিত হয়।

হালনাগাদ: ২৩ জুলাই ২০২৩ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ঘটনাৱলী

জন্ম

  • ১৮০২ - আলেকজেণ্ডাৰ ডুমা, ফৰাচী ঔপন্যাসিক।
  • ১৮৯৭ - আমেলি ইয়াৰহাৰ্ট, আমেৰিকান মহিলা বৈমাণিক। ১৯৩২ চনত তেওঁ প্ৰথম অকলে উৰাজাহাজ চলাই আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰিছিল।
  • ১৯১১ - পান্নালাল ঘোষ, ভাৰতীয় বাঁহীবাদক।
  • ১৯৫২ - ৰঞ্জু হাজৰিকা (কুমুদ চন্দ্ৰ হাজৰিকা), অসমীয়া ঔপন্যাসিক।
  • ১৯৬৯ - জেনিফাৰ ল'পেজ, আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
  • ১৯৮০ - আগথা চাংমা, ভাৰতীয় ৰাজনীতিক।

মৃত্যু

  • ১৮৮৩ - কেপ্তেইন মেথিউ ৱেব, ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা বিশ্বৰ প্ৰথম ব্যক্তি।
  • ১৯৭৪ - জেমছ ছেডউইক, নোবেল বিজয়ী (১৯৩৫) ইংৰাজ পদাৰ্থ বিজ্ঞানী আৰু নিউট্ৰণৰ আৱিষ্কাৰক।
  • ১৯৮০ - উত্তম কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, সুৰকাৰ।
  • ১৯৯১ - আইজাক বাচেভিচ্ চিংগাৰ, পোলেণ্ডবংশী ইহুদী-আমেৰিকান লেখক।
  • ২০০৪ - আল্পনা বন্দোপাধ্যায়, ভাৰতীয় কণ্ঠশিল্পী।

দিৱস

  • ভাৰতৰ ৰাষ্ট্ৰীয় তাপ অভিযন্তা দিৱস। (ইংঃ National Thermal Engineer Day)
  • ইজিপ্তৰ ৰাষ্ট্ৰীয় দিৱস।
  • শিশু দিৱস (ভানুয়াটু)।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sarma, Kokil. (JULY 24, 2021). Mirabai Chanu: উত্তৰ পূবেই নহয় সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই লৈ অহা ইম্ফলৰ মীৰাবাই চানুৰ বিষয়ে আপুনি নজনা বহু কথা. NEWS18 ASSAM

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৪ জুলাই” প্ৰবন্ধৰ সংশোধন ৩৭২২৯৩ (২৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।