বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
২৭ এপ্ৰিল
১৫২৭ - বাবৰক দিল্লীৰ সম্ৰাট ঘোষণা কৰা হয়। ১৮৬১ - আমেৰিকাৰ ৰাষ্ট্ৰপতি লিংকনে জেনেৰেল উইনফিল্ড স্কটক আদেশ জাৰি কৰি ফিলাডেলফিয়া আৰু ৱাশ্বিংটনৰ মাজৰ ৰিট অৱ হেবিয়াছ কৰ্পাছ যিকোনো সামৰিক লাইনত বা তাৰ ওচৰত স্থগিত ৰাখিবলৈ অনুমোদন জনায়। ১৯৩৪ - ভাৰতীয় বিজ্ঞান একাডেমী প্ৰতিষ্ঠা কৰা হয়।
-
২৭ ছেপ্টেম্বৰ
১২৯০ - চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়। ১৭৬০ - মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাচিম বংগৰ নৱাব হয়। ১৮২৫ - ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে'লগাড়ীৰ চলাচল আৰম্ভ হয়।
-
২৭ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৭ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৮ অক্টোবৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৮ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৮ জানুৱাৰী
২৮ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮তম দিন। বছৰ শেষ হ'বলৈ ৩৩৭ দিন (অধিবৰ্ষত ৩৩৮ দিন) বাকী থাকে।
-
২৮ জুন
১৯২২ - ছাৰজন হে'নৰী ক্যাৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯২৭ - ছাৰ এ'গবাৰ্ট্ লৌৰী লুক্যাছ হাম্ম'ণ্ডে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ২০১১ - অসম ৰাজ্যত ভয়াবহ ৰূপত পানী বৃদ্ধি হোৱাৰ ফলত যোৰহাটত ৩জন লোকৰ মৃত্যু হয়। ২০১১ - জাপানত হোৱা ভূমিকম্পৰ ফলত ১৫,৫০০জন লোকৰ মৃত্যু হয়।
-
২৮ জুলাই
১৮২১ - পেৰুৱে স্বাধীনতা লাভ কৰে। ১৯১৪ - ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্ৰথম মহাসমৰৰ।
-
২৯ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
২৯ ছেপ্টেম্বৰ
১৯৫০ - ইণ্ডোনেছিয়াই ৰাষ্ট্ৰ সংঘৰ সদস্য পদ গ্ৰহণ কৰে ৷ ১৯৫৯ - প্ৰথম এছিয় মহিলা সাঁতোৰবিদৰূপে আৰতি সাহাই ইংলিছ চেনেল পাৰ হয়। ১৯৬২ - কলিকতাত ভাৰতৰ প্ৰথমটো তৰাঘৰ ‘‘বিৰলা তৰাঘৰ’’ মুকলি হয়। ১৯৭৭ - গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।
-
২৯ জুলাই
১৮৭৬ - মহেন্দ্ৰলাল সৰকাৰে উচ্চ শিক্ষাৰ জাতীয় প্ৰতিষ্ঠান আৰু ভাৰতৰ প্ৰথম বিজ্ঞান গৱেষণা কেন্দ্ৰ ইণ্ডিয়ান এছ'চিয়েছন ফৰ দা কালটিভেছন অৱ চাইঞ্চ কলকাতাত প্ৰতিষ্ঠা কৰে। ১৯১১ - কলকাতাৰ মোহনবাগান এথলেটিক ক্লাবে ইষ্ট ইয়ৰ্কছায়াৰ ৰেজিমেণ্ট দলক পৰাস্ত কৰি প্ৰথম আইএফএ শ্বিল্ড লাভ কৰে।
-
২৯ মে'
১৩২৮ - পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে। ১৪৫৩ - কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে। ১৭২৭ - দ্বিতীয় পিটাৰ ৰাছিয়াৰ ৰজা হয়।
-
৩ অক্টোবৰ
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
-
৩ এপ্ৰিল
৩ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৩তম (অধিবৰ্ষত ৯৪তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭২ দিন বাকী থাকে।
-
৩ জানুৱাৰী
৩ জানুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬২টা দিন (অধিবৰ্ষত ৩৬৩টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৩ ডিচেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩০ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩০ ছেপ্টেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩০ জুলাই
৭৬২ - খলিফা আল-মনচুৰে বাগদাদ চহৰ প্ৰতিষ্ঠা কৰিছিল। ১৯৭৩ - মহীশূৰৰ নাম সলনি কৰি কৰ্ণাটক নামকৰণ কৰা হয়। ২০০০ - বীৰাপ্পানৰ দ্বাৰা প্ৰসিদ্ধ কানাড়া অভিনেতা ৰাজকুমাৰক অপৰহৰণ কৰা হৈছিল। ২০১৮ - অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা সূচী প্ৰকাশ কৰা হৈছিল।
-
৩০ নৱেম্বৰ
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩০ মে'
১৯৮৭ - গোৱাই ভাৰতৰ ২৬ তম ৰাজ্য় হিচাপে স্বীকৃতি পায়। ২০১৯ - শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷ ২০১৫ - কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী অনন্ত কুমাৰে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু যুৱ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
-
৩১ আগষ্ট
এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৩১ জুলাই
১৪৯৮ - প্ৰথম ইউৰোপীয়ান হিচাপে ক্ৰিষ্টোফাৰ কলম্বাছে পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ত্ৰিনিদাদ আৱিষ্কাৰ কৰে। ১৬৫৮ - ঔৰংজেৱ মোগল সম্ৰাট হৈছিল। ১৮৬১ - ৯৩০০ মিলিমিটাৰ বৰষুণৰ বাবে চেৰাপুঞ্জীত বিশ্ব ৰেকৰ্ড হৈছিল। ১৯৩৩ - পুণেৰপৰা প্ৰথম প্ৰকাশিত হয় মহাত্মা গান্ধীৰ ‘হৰিজন’ কাকত।
-
৩১ ডিচেম্বৰ
৩১ ডিচেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬৫ তম (অধিবৰ্ষত ৩৬৬ তম) দিন। এই দিনটো বছৰৰ শেষ দিন। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
-
৩১ মাৰ্চ
১৭৭৪- ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল। ১৮৬৭- বোম্বাইত (বৰ্তমানৰ মুম্বাইত) প্ৰাৰ্থনা সমাজ স্থাপনা কৰা হৈছিল। ১৮৮২ - কলকাতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়। ১৮৮৯ - পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়।
-
৩১ মে'
১৮৫৯ – ক্লক টাৱাৰ (The clock tower)-ৰ বিগ বেং (Big Ben) নামৰ ঘড়ীটো চলিবলৈ আৰম্ভ কৰিছিল। ১৮৮৯ - পেৰিচৰ আইফেল টাৱাৰ উদ্বোধন। ১৯১১ – উত্তৰ আয়াৰলেণ্ডৰ বেলফাষ্টত আৰ.এম.এছ. টাইটানিকৰ শুভ উদ্বোধন কৰা হৈছিল। ১৯৩৫ - কোয়েটা (বেলুচিস্তানৰ) ভূমিকম্পত ৫০ হাজাৰ লোকৰ মৃত্যু হৈছিল।
-
৪ আগষ্ট
এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
-
৪ এপ্ৰিল
৪ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭১ দিন বাকী থাকে।
-
৪ জানুৱাৰী
৪ জানুৱাৰী (4 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ চতুৰ্থ দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬১টা দিন (অধিবৰ্ষত ৩৬২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -