অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৩ জানুৱাৰী

২৩ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩তম দিন। বছৰ শেষ হ'বলৈ ৩৪২ দিন (অধিবৰ্ষত ৩৪৩ দিন) বাকী থাকে।

হালনাগাদ: ২৫ মাৰ্চ ২০২৪ ২১৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

২৩ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩তম দিন। বছৰ শেষ হ'বলৈ ৩৪২ দিন (অধিবৰ্ষত ৩৪৩ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৫৫৬ - চীনৰ ইতিহাসৰ আটাইতকৈ ভয়ানক ভূমিকম্পটোত প্ৰায় ৮,৩০,০০০ লোকৰ মৃত্যু হয়।
  • ১৫৭১ - লণ্ডনত ব্যৱসায়িক ভৱন ৰয়েল এক্সেইঞ্জ মুকলি কৰা হয়।
  • ১৯৫০ - জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে ঘোষণা কৰা হয়।
  • ১৯৬৮ - উত্তৰ কোৰিয়াৰ সাগৰীয় সীমান্ত অতিক্ৰম কৰাৰ অপৰাধত আমেৰিকাৰ জাহাজ "USS Puwelbo"ক জব্দ কৰি ৰাখে।
  • ১৯৯৭ - আমেৰিকাৰ প্ৰথমগৰাকী মহিলা হিচাপে "মেডলিন অলব্ৰাইট" Secretary of State নিযুক্ত হয়।
  • ২০০৯ - ভাৰতীয় চলচ্চিত্ৰ আৰু দুৰদৰ্শনৰ ওপৰত আৰোপিত "ধুম্ৰপান প্ৰদৰ্শন"ৰ বাধা আঁতৰাই দিয়া হয়।

জন্ম

মৃত্যু

  • ১৯৬৮ - ৰূপনাথ ব্ৰহ্ম, ভাৰতীয় কবি, ৰাজনীতিবিদ তথা ধৰ্মীয় পণ্ডিত।
  • ১৯৭৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।
  • ১৯৭৬ - পল ৰ'বচন, আমেৰিকাৰ চিভিল ৰাইটছ্ আন্দোলনৰ লগত জড়িত এগৰাকী আফ্ৰিকান-আমেৰিকান গায়ক আৰু অভিনেতা।
  • ১৯৮৯ - চালভাড' ডালি, স্পেনীয় কাটালান চিত্ৰশিল্পী।
  • ২০১৭ - বাণীকণা ঘোষাল, গোৱালপৰীয়া লোকগীত তথা অসমৰ লোক-সংগীত জগতৰ এগৰাকী কণ্ঠশিল্পী।

দিৱস

সম্পৰ্কিত শ্ৰেণী

জানুৱাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৩ জানুৱাৰী” প্ৰবন্ধৰ সংশোধন ৪১৪১৩৫ (২৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।