ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মামলাম্বো
মামলাম্বো দক্ষিণ আফ্ৰিকা আৰু জুলু পৌৰাণিক কাহিনীত "নদীৰ দেৱী" এক দেৱী, যাক এটা বৃহৎ সাপৰ দৰে জীৱ হিচাপে বৰ্ণনা কৰা হৈছে। ১৯৯৭ চনত দক্ষিণ আফ্ৰিকাৰ বাতৰি কাকতসমূহে (জোহান্সবাৰ্গৰ দ্য ষ্টাৰ আৰু কেপ টাউনৰ কেপ আৰ্গাছকে ধৰি) দক্ষিণ আফ্ৰিকাৰ মাউণ্ট আইলিফৰ ওচৰৰ ম্জিণ্টলাভা নদীত এটা "দৈত্যকায় সৰীসৃপ" দানৱ…
-
মায়েৰা (শ্ৰুতিকথা)
মায়েৰা (প্ৰাচীন গ্ৰীক: Μαῖρα, ইংৰাজী: Maera বা Maira; আক্ষৰিক অৰ্থ: ′জিলিকি থকা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
মাৰাঠা মন্দিৰ
মাৰাঠা মন্দিৰ মুম্বাইৰ মাৰাঠা মন্দিৰ মাৰ্গত অৱস্থিত এটা চিনেমা হল। ই চিনেমা হলটোৰ নামত এটা অভিলেখ স্থাপিত হৈছে। অভিলেখটো হৈছে যে, দিলৱালে দুলহানিয়া লে যায়েংগে নামৰ জনপ্ৰিয় হিন্দী বোলছবিখন ১৯৯৫ চনত মুক্তি পোৱা দিনৰে পৰা আজি পৰ্যন্ত প্ৰতিদিনে প্ৰদৰ্শিত হৈ আহিছে।
-
মাৰাঠী মুছলমান
মুছলমান মাৰাঠা শব্দটো সাধাৰণতে ভাৰতৰ উত্তৰ-পশ্চিম উপকূলৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী মুছলমানসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়, যিসকলে মাৰাঠী ভাষা আৰু উৰ্দু ভাষাক মাতৃভাষা হিচাপে কয় আৰু ভাৰতীয় বাকী মুছলমানসকলৰপৰা অলপ পৃথক কিছুমান ৰীতি-নীতি অনুসৰণ কৰে।
-
মুকুৰু
মুকুৰু হৈছে নামিবিয়াৰ হিম্বা আৰু হেৰেৰো জনগোষ্ঠীৰ সৰ্বোচ্চ স্ৰষ্টা (ঈশ্বৰ)।
-
মেনিপ্পে (শ্ৰুতিকথা)
মেনিপ্পে (প্ৰাচীন গ্ৰীক: Μενίππη, ইংৰাজী: Menippe; আক্ষৰিক অৰ্থ: ′সাহসী ঘোঁৰা′ বা ′হুপি খাওতা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
মেলিটি (শ্ৰুতিকথা)
মেলিটি (প্ৰাচীন গ্ৰীক: Μελίτη, ইংৰাজী: Melite বা Melita; আক্ষৰিক অৰ্থ: ′শান্ত, মৌ মিঠা′ বা ′গৌৰৱময়, ভয়ংকৰ′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
য়ালচুক
য়ালচুক হৈছে তুৰ্কী ধৰ্ম-গল্পত জোন দেৱী। প্ৰাচীন তুৰ্কী লোক ধৰ্মবিশ্বাস আৰু পৌৰাণিক কাহিনীত, য়ালচুক জোনৰ ঐশ্বৰিক ৰূপ হিচাপে বিবেচিত। তেওঁ সাধাৰণতে সূৰ্যদেৱ কোয়াশৰ স্ত্ৰী-প্ৰতিম ৰূপত কল্পনা কৰা হয়। কোয়াশ আৰু য়ালচুকক দৃশ্যমান দেৱতাৰ অন্তৰ্ভুক্ত কৰা হয়।
-
লাঅ′মেডেয়া (শ্ৰুতিকথা)
লাঅ′মেডেয়া (প্ৰাচীন গ্ৰীক: Λαομέδεια, ইংৰাজী: Laomedeia বা Laomedea; আক্ষৰিক অৰ্থ: ′জনসাধাৰণৰ শাসক′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লাইক′ৰিয়াছ (শ্ৰুতিকথা)
লাইক′ৰিয়াছ (প্ৰাচীন গ্ৰীক: Λυκωριάς, ইংৰাজী: Lycorias; আক্ষৰিক অৰ্থ: ′সোনালী চুলিৰ′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লাইগেইয়া (শ্ৰুতিকথা)
লাইগেইয়া (প্ৰাচীন গ্ৰীক: Λίγεια, ইংৰাজী: Ligeia বা Ligia; আক্ষৰিক অৰ্থ: ′স্পষ্ট স্বৰৰ′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লিউক′থয়ে (শ্ৰুতিকথা)
লিউক′থয়ে (প্ৰাচীন গ্ৰীক: Λευκοθόη, ইংৰাজী: Leucothoe) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লিছিয়েন্সা (শ্ৰুতিকথা)
লিছিয়েন্সা (প্ৰাচীন গ্ৰীক: Λυσιάνασσα, ইংৰাজী: Lysianassa) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লিমন′ৰিয়া (শ্ৰুতিকথা)
লিমন′ৰিয়া (প্ৰাচীন গ্ৰীক: Λιμνώρεια, ইংৰাজী: Limnoreia, Limnoria বা Lymnoria; আক্ষৰিক অৰ্থ: 'লুনীয়া জলাশয়') গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
লেইয়াগ′ৰে (শ্ৰুতিকথা)
লেইয়াগ′ৰে (প্ৰাচীন গ্ৰীক: Ληαγόρη, ইংৰাজী: Leiagore বা Leiagora; আক্ষৰিক অৰ্থ: ′সজ্জিত কৰোঁতা′ বা ′জনসাধাৰণক সম্বোধন কৰা′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
শংকৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। শংকৰদেৱ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: * ব্যক্তি শংকৰদেৱ, অসমৰ এগৰাকী মহাপুৰুষ আৰু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক।
-
শাৱৰ্ণী মনু
শাৱৰ্ণী মনু হৈছে অষ্টম মনু, হিন্দু পৌৰাণিক কাহিনীত মন্বন্তৰ নামেৰে জনাজাত যুগৰ প্ৰথমজন মানুহ।
-
শিৱদুতি
শিৱদুতি (সংস্কৃত: शिवदूति, ৰোমানীকৃত: Śivadūti) হিন্দু মাতৃ দেৱী আদি পৰশক্তিৰ এক অৱতাৰ।
-
শ্বেৰ শ্বাহ ছুৰী মছজিদ
ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী চহৰ পাটনাৰ এটা মছজিদ শ্বেৰ শ্বাহ ছুৰী মছজিদ, যাক শ্বেৰশ্বাহী মছজিদ বুলিও কোৱা হয়। ই আফগান শৈলীৰ স্থাপত্যৰ এক উদাহৰণ। শ্বেৰ শ্বাহ ছুৰীয়ে ১৫৪০–১৫৪৫ চনত তেওঁৰ ৰাজত্বকালৰ স্মৃতিত এই মছজিদটো নিৰ্মাণ কৰিছিল। ই ধৱলপুৰাৰ ওচৰৰ পূৰব দৰৱাজাৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত।
-
শ্যামসুন্দৰ টিলা
শ্যামসুন্দৰ টিলা ১৯৯৮-৯৯ৰ পৰা ২০০০-২০০১ চন পৰ্যন্ত হোৱা প্ৰত্নত্বাত্তিক খনন পিছত সম্পূৰ্ণ ৰূপে উন্মোচিত হোৱা ভাৰতৰ ত্ৰিপুৰাৰ এক ইটাৰে নিৰ্মিত বৌদ্ধ সন্ন্যাস স্থল। ইয়াৰ ওপৰৰ অংশ বৰ্তমান ধ্বংস-প্ৰায় অৱস্থাত আছে। এই বৌদ্ধ মন্দিৰটোৰ কেন্দ্ৰীয় গৰ্ভগৃহ চাৰিটা প্ৰধান দিশেৰে সংযুক্ত।
-
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশন
-
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ (৮৪-তম) অধিৱেশন লখিমপুৰ জিলাৰ ঢকুৱাখনাত ৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰপৰা ৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখলৈ নৰহৰি আতা ক্ষেত্ৰত ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয়।
-
সৰণা বুঢ়ী
সৰণা বুঢ়ী (Woman of the Grove) হৈছে ভাৰত আৰু বাংলাদেশত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয়ে পূজা কৰা এক দেৱী। সৰনা বুঢ়ী শাল গছৰ বনৰ দেৱী ৰূপে বৰ্ণনা কৰা হয় আৰু তেওঁ পানী আৰু উদ্ভিদ জীৱনৰ লগত গভীৰভাৱে জড়িত। এই দেৱীক ঐতিহ্যগতভাৱে মুণ্ডা, কুৰুখ, আৰু ওৰাঁও জনগোষ্ঠীৰ লোকসকলে পূজা কৰে।
-
হতিবিউহছাউং মেডাউ
হতিবিউহছাউং মেডাউ (বাৰ্মীজ ভাষা: ထီးဖြူဆောင်းမယ်တော်, ৰয়েল মাদাৰ অৱ হতিবিউহছাউং) বাৰ্মিজ পান্থেয়ন ৩৭ গৰাকী নাটৰ ভিতৰত অন্যতম। তেওঁ পগানৰ ৰজা অনাৱৰহতাৰ আইতাক আছিল আৰু অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰিছিল। তেওঁক চুলি গাঁঠি আৰু ওলমি থকা, আঁঠু ভাঁজ কৰি বহি কোলাত হাত এখন লৈ চিত্ৰিত কৰা হৈছে।
-
হাৰমাইনী (শ্ৰুতিকথা)
হাৰমাইনী (/hɜːrˈmaɪ.əni/; প্ৰাচীন গ্ৰীক: Ἑρμιόνη, ইংৰাজী: Hermione) স্পাৰ্টাৰ ৰজা মেনেলাছ আৰু তেওঁৰ পত্নী হেলেনৰ কন্যা আছিল। [[ট্ৰজান যুদ্ধৰ আগতে হাৰমাইনীক তেওঁৰ ককাক টিণ্ডেৰিয়াছে তেওঁৰ সম্বন্ধীয় আগামেমনন তথা মাহীয়েক ক্লাইটেমনেষ্ট্ৰাৰ পুতেক অৰেষ্টেছৰ সৈতে বাগদান কৰিছিল।
-
হাৰ্বিন কনফুচিয়াছ মন্দিৰ
হাৰ্বিন কনফুচিয়াছ মন্দিৰ হৈছে চীনৰ হেইলুংঝাং প্ৰদেশৰ হাৰ্বিন চহৰৰ নানগাং জিলাৰ কনফুচিয়াছ টেম্পল ষ্ট্ৰীটত অৱস্থিত এটা কনফুচিয়াছ মন্দিৰ। এই মন্দিৰটো চিং ৰাজবংশৰ স্থাপত্য শৈলীৰ অনুকৰণত নিৰ্মিত এক ভৱন সমূকূল।
-
হিজামা
হিজামা (حجامة অৰ্থঃ "শোষণ") হ'ল শিঙ লগোৱা নামৰ প্ৰচলিত চিকিৎসাৰ আৰবী নামকৰণ। মূৰৰ বিষ, শৰীৰৰ কোনো বিষৰ অসুস্থতা নিৰাময়ৰ বাবে এই চিকিৎসা প্ৰয়োগ কৰা হয়। হাদিছত এই চিকিৎসা পদ্ধতিক প্ৰশংসা কৰা হৈছে। ।
-
হিপ্পথ′ৱে (শ্ৰুতিকথা)
হিপ্পথ′ৱে (প্ৰাচীন গ্ৰীক: Ἱπποθόη, ইংৰাজী: Hippothoe; আক্ষৰিক অৰ্থ: ′ঘোঁৰাৰ দৰে দ্ৰুত′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হিপ্পন′ৱে (শ্ৰুতিকথা)
হিপ্পন′ৱে (প্ৰাচীন গ্ৰীক: Ἱππονόη, ইংৰাজী: Hipponoe; আক্ষৰিক অৰ্থ: ′ঘোঁৰাৰ দৰে অশান্ত′) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
-
হুৱাচু
হুৱাচু হৈছে চীন ধৰ্ম-গল্পৰ এগৰাকী দেৱী আৰু দেৱতা নুৱা আৰু ফুচিৰ মাতা।