মাৰাঠা মন্দিৰ মুম্বাইৰ মাৰাঠা মন্দিৰ মাৰ্গত অৱস্থিত এটা চিনেমা হল। ১ ই চিনেমা হলটোৰ নামত এটা অভিলেখ স্থাপিত হৈছে। অভিলেখটো হৈছে যে, দিলৱালে দুলহানিয়া লে যায়েংগে নামৰ জনপ্ৰিয় হিন্দী বোলছবিখন ১৯৯৫ চনত মুক্তি পোৱা দিনৰে পৰা আজি পৰ্যন্ত প্ৰতিদিনে প্ৰদৰ্শিত হৈ আহিছে। ২৩৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Maratha Mandir Cinema Location. One India
- ↑ (Oct 20, 2009). DDLJ turns 15 at Maratha Mandir today. Times of India
- ↑ (July 25, 2012). Nawazuddin Siddiqui, Huma Qureshi caught in Gangs of Wasseypur 2 avatar at a Mumbai theatre. India Today
- ↑ Sheena Sippy; Naman Ramachandran; Divya Thakur. (2006). Lights, camera, masala: making movies in Mumbai. India Book House. পৃ. 56
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰাঠা মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৬০৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।