হতিবিউহছাউং মেডাউ (বাৰ্মীজ ভাষা: ထီးဖြူဆောင်းမယ်တော်, ৰয়েল মাদাৰ অৱ হতিবিউহছাউং) বাৰ্মিজ পান্থেয়ন ৩৭ গৰাকী নাটৰ ভিতৰত অন্যতম। তেওঁ পগানৰ ৰজা অনাৱৰহতাৰ আইতাক আছিল আৰু অসুস্থতাৰ বাবে মৃত্যুবৰণ কৰিছিল।১২ তেওঁক চুলি গাঁঠি আৰু ওলমি থকা, আঁঠু ভাঁজ কৰি বহি কোলাত হাত এখন লৈ চিত্ৰিত কৰা হৈছে।২
লগতে চাওক
- আময় জ্ঞান
- আময় য়েই য়িন
- কায়িন মাউংহনমা
- থোনবনহলা
- পনমাগ্যি
- পোপা মেডাউ
- বাগো মেদাও
- হ্নামাদাওগ্যী
- অনাউক মিবায়া
- মা ঙ্ৱে টাউং
- মা ফাই ৱাহ
- মেডাউ শ্বেজাগা
- ম্যা নান নৱে
- ম্যাউখপেট শ্বিনমা
- পাণহতৰ
- পাইলেপিন মাউংনামা
- শ্বিন নেমি
- শ্বিংগন
- শ্বিংৱা
- শ্বিনমা আংফিউ
- শ্বে ক্যুনবিন মাউংনামা
- শ্বে নবায়
- টাউংদাও ঠাখিনমা
- থুৰাথাদি
- ৱাথণ্ডাৰে
তথ্যসূত্ৰ
- ↑ DeCaroli. (2004). Haunting the Buddha: Indian Popular Religions and the Formation of Buddhism. Oxford University Press, US. ISBN 978-0-19-516838-9
- ↑ Hla Thamein. Thirty-Seven Nats. Yangonow
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হতিবিউহছাউং মেডাউ” প্ৰবন্ধৰ সংশোধন ৬৩২০৮৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।