হাৰ্বিন কনফুচিয়াছ মন্দিৰ১ হৈছে চীনৰ হেইলুংঝাং প্ৰদেশৰ হাৰ্বিন চহৰৰ নানগাং জিলাৰ কনফুচিয়াছ টেম্পল ষ্ট্ৰীটত অৱস্থিত এটা কনফুচিয়াছ মন্দিৰ।২৩ এই মন্দিৰটো চিং ৰাজবংশৰ স্থাপত্য শৈলীৰ অনুকৰণত নিৰ্মিত এক ভৱন সমূকূল।৪


হাৰ্বিন ইঞ্জিনিয়াৰিং বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত অৱস্থিত৫ হাৰ্বিন কনফুচিয়াছ মন্দিৰটো উত্তৰ-পূব চীনৰ আটাইতকৈ ডাঙৰ কনফুচিয়াছ মন্দিৰ।৬ সমগ্ৰ চীন দেশৰ ভিতৰতে ইয়াৰ কাৰ্যপ্ৰণালী আৰু আকাৰ কিউফু কনফুচিয়াছ মন্দিৰ আৰু বেইজিং কনফুচিয়াছ মন্দিৰৰ পিছতেই দ্বিতীয় স্থানত আছে।৭ ইয়াত হেইলুংঝাং ৰাষ্ট্ৰীয় যাদুঘৰ অৱস্থিত।
ইতিহাস
হাৰ্বিন কনফুচিয়াছ মন্দিৰৰ নিৰ্মাণ কাৰ্য ১৯২৬ চনত আৰম্ভ হৈ ১৯২৯ চনত সম্পূৰ্ণ হয়। ইয়াৰ বাবে মুঠ ৭,৩০,০০০ হাৰ্বিন ৰূপৰ ডলাৰ নোট ব্যয় হৈছিল।৮
১৯৯৬ চনৰ নৱেম্বৰ মাহত হাৰ্বিন কনফুচিয়াছ মন্দিৰক চীনৰ চতুৰ্থ পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুৰক্ষিত প্ৰধান ঐতিহাসিক আৰু সাংস্কৃতিক স্থান হিচাপে অন্তৰ্ভুক্ত কৰা হয়।৯
তথ্যসূত্ৰ
- ↑ Damian Harper. (1 June 2017). Lonely Planet China. Lonely Planet. পৃ. 479–. ISBN 978-1-78701-052-9
- ↑ Harbin City History. Heilongjiang People's Publishing House. পৃ. 58–
- ↑ (1998). Harbin City History: Foreign Affairs Foreign Economic and Trade Tourism. Heilongjiang People's Publishing House. পৃ. 472–. ISBN 978-7-207-03676-6
- ↑ (2006-05-15). Unique Harbin Confucian Temple. Sohu News
- ↑ (2003). China National Geographic Encyclopedia: Inner Mongolia, Liaoning, Jilin, Heilongjiang, Shanghai, Jiangsu. North China Women & Children Publishing House. পৃ. 72–. ISBN 978-7-5385-2093-4
- ↑ (2000-10-26). Harbin Confucius Temple. People's Daily
- ↑ (Sep 20, 2011). Harbin Confucian Temple - National Library of China. National Library of China
- ↑ Harbin Local History Compilation Committee. Harbin City History: Foreign Affairs, Foreign Economic and Trade, Tourism. Heilongjiang People's Publishing House. পৃ. 472–
- ↑ (2013-09-28). Harbin Confucian Temple held the 2013 Confucian Ceremony. China News Service
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্বিন কনফুচিয়াছ মন্দিৰ” প্ৰবন্ধৰ সংশোধন ৬৩৩২১২ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।