মুছলমান মাৰাঠা শব্দটো সাধাৰণতে ভাৰতৰ উত্তৰ-পশ্চিম উপকূলৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ মাৰাঠী মুছলমানসকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়, যিসকলে মাৰাঠী ভাষা আৰু উৰ্দু ভাষাক মাতৃভাষা হিচাপে কয় আৰু ভাৰতীয় বাকী মুছলমানসকলৰপৰা অলপ পৃথক কিছুমান ৰীতি-নীতি অনুসৰণ কৰে।১২ ২০০১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি,৩ মহাৰাষ্ট্ৰত ১০,২৭০,৪৮৫ জন মুছলমান আছিল আৰু ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ১০.৬০% মুছলমান।
জনসংখ্যা
- চাওক: মাৰাঠী মুছলমানৰ তালিকা
তথ্যসূত্ৰ
- ↑ (2020-11-17). Marathi Muslims: Rich and Unique, an Identity Misplaced from Urban India ?. Kaustubh Dholé’s Blog
- ↑ Usmani, Mariyam. (2024-08-29). Muslim Identity In Marathi Cinema: Lack Of Representation And Positive Possibilities. Feminism in India
- ↑ Indian Census 2001 – Religion
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰাঠী মুছলমান” প্ৰবন্ধৰ সংশোধন ৫৩৯১৯২ (১৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।