অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হিজামা

হিজামা (حجامة অৰ্থঃ "শোষণ")‎‏ হ'ল শিঙ লগোৱা নামৰ প্ৰচলিত চিকিৎসাৰ আৰবী নামকৰণ। মূৰৰ বিষ, শৰীৰৰ কোনো বিষৰ অসুস্থতা নিৰাময়ৰ বাবে এই চিকিৎসা প্ৰয়োগ কৰা হয়। হাদিছত এই চিকিৎসা পদ্ধতিক প্ৰশংসা কৰা হৈছে। ।

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২১ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

হিজামা (حجامة অৰ্থঃ "শোষণ")‎‏ হ'ল শিঙ লগোৱা নামৰ প্ৰচলিত চিকিৎসাৰ আৰবী ভাষা নামকৰণ। মূৰৰ বিষ, শৰীৰৰ কোনো বিষৰ অসুস্থতা নিৰাময়ৰ বাবে এই চিকিৎসা প্ৰয়োগ কৰা হয়। হাদিছত এই চিকিৎসা পদ্ধতিক প্ৰশংসা কৰা হৈছে। ১।

তথ্যসূত্ৰ

  1. ↑ Al Jauziyah & Abdullah, 2003

সম্পৰ্কিত শ্ৰেণী

চিকিৎসা পদ্ধতিইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিজামা” প্ৰবন্ধৰ সংশোধন ৩০০৩৮৫ (২৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।