অধীৰ ৰঞ্জন চৌধুৰী (জন্ম ২ এপ্ৰিল ১৯৫৬) এজন ভাৰতীয় জনপ্ৰিয় ৰাজনীতিবিদ। সপ্তদশ লোকসভাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাপে ভাৰতৰ ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।১
তথ্যসূত্ৰ
- ↑ Adhir Chowdhury - Political Profile
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অধীৰ ৰঞ্জন চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫১২৪২০ (২৫ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।