অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনিল অধিকাৰী

অনিল অধিকাৰী ( – ৩১ অক্টোবৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ফালাকাটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

হালনাগাদ: ৭ জুলাই ২০২৪ ৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অনিল অধিকাৰী ( – ৩১ অক্টোবৰ ২০১৯) পশ্চিমবংগৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ফালাকাটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

জীৱনী

অনিল অধিকাৰী ২০১১ আৰু ২০১৬ চনত ফালাকাটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।১২ ২০১৯ চনৰ ৩১ অক্টোবৰত ৭০ বয়সত তেখেতৰ মৃত্যু হয়।৩

তথ্যসূত্ৰ

  1. ↑ General Elections, India, 2011, to the Legislative Assembly of West Bengal. Constituency-wise Data. Election Commission
  2. ↑ General Elections, India, 2016, to the Legislative Assembly of West Bengal. Constituency-wise Data. Election Commission
  3. ↑ (31 October 2019). তৃণমূল বিধায়ক প্ৰয়াত. Calcutta News

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিল অধিকাৰী” প্ৰবন্ধৰ সংশোধন ৪২৫১০৪ (৭ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।