অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অন্নদা গোহাঁই

অন্নদা গোহাঁই (Annada Gohain) এগৰাকী শিক্ষাবিদ তথা সমাজকৰ্মী আছিল। ১৯২৯ চনৰ ১৫ অক্টোবৰত তেখেতৰ জন্ম হয়। তেখেতে উত্তৰ গুৱাহাটীৰ ওপৰিও‌ চাংসাৰীৰ ত ককাকৰ ঘৰত শৈশৱ পাৰ কৰিছিল। অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছত তেওঁৰ নামত এটা প্ৰেক্ষাগৃহ নামকৰণ কৰা হৈছে।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৫ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

অন্নদা গোহাঁই (Annada Gohain) এগৰাকী শিক্ষাবিদ তথা সমাজকৰ্মী আছিল। ১৯২৯ চনৰ ১৫ অক্টোবৰত তেখেতৰ জন্ম হয়। তেখেতে উত্তৰ গুৱাহাটীৰ ওপৰিও‌ চাংসাৰীৰ ত ককাকৰ ঘৰত শৈশৱ পাৰ কৰিছিল। অষ্ট্ৰেলিয়াৰ ইউনিভাৰ্চিটি অফ নিউ চাউথ ৱেলছত তেওঁৰ নামত এটা প্ৰেক্ষাগৃহ নামকৰণ কৰা হৈছে।১

তথ্যসূত্ৰ

  1. ↑ Jolly Saikia. Australia University honors Assam’s Lt. Annada Gohain, renamed theatre. Batori24

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অন্নদা গোহাঁই” প্ৰবন্ধৰ সংশোধন ৫৬৩২৯১ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।