ৰোমিত ৰাজ প্ৰাসাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে জি টিভি ছিৰিয়ালৰ ঘৰ কী লক্ষ্মী বেটিয়াত যুৱৰাজ গাৰোদিয়াৰ চৰিত্ৰত আৰু মায়াক জীৎ খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল।১২৩৪
টেলিভিচন
| বছৰ | ছিৰিয়াল | ভূমিকা | উপ-তাৰকা | চেনেল |
|---|---|---|---|---|
| ২০০৩ | সাকা লাকা বুম বুম | কৰণ | জেনিফাৰ ৱিনগেট, কিনসুক বৈদ্য | ষ্টাৰ প্লাচ |
| ২০০৪ | হাতিম | প্ৰিঞ্চ বিশাল | আদিতি প্ৰতাপ | ষ্টাৰ প্লাচ |
| ২০০৬–২০০৯ | ঘৰ কী লক্ষ্মী বেটিয়া | যুৱৰাজ সূৰ্য্যকান্ত গাৰোদিয়া | জচবীৰ কৌৰ আৰু নিয়াতি জোশী | জী টিভি |
| ২০০৭–২০০৯ | মায়কা | জীৎ খুৰানা | কাঞ্চি কুল, শিল্পা শিডেন আৰু দামিনি আনন্দ | জী টিভি |
| ২০০৬ | সুনো হৰ দিল কুচ কেহতা হ্যাঁ | ৰাহুল | নিয়তি জোশি | চাহাৰা ওৱান |
| ২০০৬ | ছিঃ...ফিৰ কই হ্যাঁ - ভুত বাঙলা | ইমৰান | ষ্টাৰ ওৱান | |
| ২০০৬-২০০৭ | বেটিয়া আপনি য়া পৰয়া ধন | |||
| ২০০৯ | মত পিথ কে চাৰু মেঁ স্বৰ্গ | ৰোমিত | শিল্পা সিন্দে | কালাৰ টিভি |
| ২০১০ | থোড়া হ্যাঁ বাচ থোড়ে কী জৰুৰাত হ্যাঁ | নিশিকান্ত কুলকৰণী | প্ৰিৱামৱাদ কান্ত / সোণালী নিকাম | কালাৰ টিভি |
| ২০১১–২০১৫ | আদালত (ধাৰাবাহিক) | বৰুন জাবেৰি; কে.ডি. পাঠকৰ সহায়ক | ৰোনিত ৰয় | সোনি টিভি |
| ২০১২,২০১৪ | চি.আই.ডি | বৰুন | সোনি টিভি | |
| ২০১৫-২০১৬ | চলতি কা নাম গাড়ী...লেটচ্ গো | কৰণ আহুজা, পিয়াৰ স্বামী | সৃষ্টি ৰোড | সাব টিভি |
| ২০১৮ | ফেয়াৰ ফাইলচ্ | মানচি শ্ৰীবাস্তৱ | জী টিভি | |
| ২০১৮ | কৌন হ্যাঁ? | কিৰ্তী মিষ্ট্ৰি | কালাৰচ্ টিভি |
চলচিত্ৰ
- হামদাম
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোমিত ৰাজ” প্ৰবন্ধৰ সংশোধন ৩৮৩৬০২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।